🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Lesson 7 Question and Answer Assam Jatiya Bidyalay | Class 6 Social Science Chapter 7 Solution AJB | Class 6 Social Science Lesson 7 মৌলিক প্ৰয়োজন Question Answer Solve |

পাঠ ৭

মৌলিক প্ৰয়োজন

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) মৌলিক প্রয়ােজন কাক বােলে?

উত্তৰঃ 

(খ) পাৰিপাৰ্শ্বিক অৱস্থা কাক বােলে?

উত্তৰঃ 

(গ) মেৰু অঞ্চলৰ এস্কিম’সকলৰ প্ৰধান আহাৰ কি?

উত্তৰঃ 

(ঘ) বেদুইনসকলৰ প্রধান খাদ্য আৰু প্রিয় পানীয় কি?

উত্তৰঃ 

(ঙ) ঘৰ বা বাসস্থান কাক বােলে?

উত্তৰঃ

(চ) কোনখিনি সময়ক তাম্রপ্রস্তৰ যুগ বােলা হয়?

উত্তৰঃ 

(ছ) মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ

(জ) ব্যক্তিগত প্রয়ােজন কাক বােলে?

উত্তৰঃ 

(ঝ) সামাজিক প্রয়ােজন কাক বােলে?

উত্তৰঃ 

(ক) এস্কিমসকলৰ প্ৰধান জীৱিকা হ’ল _____ কৰা। 

(খ) আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লােকসকলৰ প্ৰধান আহাৰ _______

(গ) _____ যুগৰ শেষত আৰম্ভ হৈছিল ধাতু যুগ। 

(ঘ) মানুহে পােনপ্ৰথমে অনুভৱ কৰা প্রয়ােজনবিধ হ’ল ______

৩। যথাযথ উত্তৰ লিখা। 

(ক) বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভাস বেলেগ বেলেগ হােৱাৰ প্ৰধান কাৰণকেইটা কি কি? 

উত্তৰঃ 

(খ) সাজপাৰ পৰিধান কৰাৰ যি কোনাে তিনিটা প্রয়ােজনীয়তা উল্লেখ কৰা। 

উত্তৰঃ 

(গ) নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লােৱা ঘৰ দুবিধৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

চাং ঘৰঃ

(ঘ) উন্নত জীৱনধাৰা প্ৰক্ৰিয়াত প্রযুক্তি বিদ্যাই কেনেদৰে ভূমিকা গ্রহণ কৰিছে লিখা। 

উত্তৰঃ 

৪। বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য বেলেগ বেলেগ হােৱাৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।

উত্তৰঃ 

– পাৰিপাশ্বিক অৱস্থাঃ 

– মানুহৰ অভিজ্ঞতাঃ 

– ধৰ্ম-বিশ্বাস, ঐতিহ্য়, সংস্কাৰ আদিঃ 

৫। “বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়” —কিয়? থুলমূলকৈ বর্ণনা কৰা।

উত্তৰঃ 

(i) পুৰুষ আৰু মহিলাৰ সাজ-পাৰ বিভিন্ন হোৱা দেখা যায়ঃ 

(ii) বিভিন্ন বৃত্তিত জড়িত মানুহৰ মানুহৰ সাজ-পাৰ বিভিন্ন হয়ঃ 

৬। মৌলিক প্রয়ােজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা। 

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop