🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Lesson 8 Question and Answer Assam Jatiya Bidyalay | Class 6 Social Science Chapter 8 Solution AJB | Class 6 Social Science Lesson 8 সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব Question Answer Solve |

পাঠ ৮

সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

১। তলত দিয়া বাক্যকেইটি শুদ্ধ নে অশুদ্ধ লিখা।

(ক) নিৰক্ষৰতা এখন সমাজৰ বাবে এক জটিল সামাজিক সমস্যা। 

উত্তৰঃ 

(খ) উন্নয়নশীল দেশত কর্মহীনতা এটা সমস্যা নহয়।

উত্তৰঃ 

(গ) দৰিদ্ৰতা এটা অমানৱীয় অৱস্থা। 

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা।

(ক) সাধাৰণতে ______ নজনা লােককে নিৰক্ষৰ বােলা হয়।

(খ) ভাৰতবৰ্ষত নিৰক্ষৰতাৰ শতকৰা হাৰ প্রায় ____।

(গ) অসমত নিৰক্ষৰতাৰ শতকৰা হাৰ প্রায় ____

(ঘ) নীতিবিৰুদ্ধ যি কোনাে কামেই ______ ৰ ভিতৰত পৰে। 

৩। উত্তৰ লিখা।

(ক) সামাজিক সমস্যা কি?

উত্তৰঃ 

(খ) দৰিদ্ৰতা বুলিলে কি বুজা?

উত্তৰঃ 

(গ) লিংগ বৈষম্য মানে কি?

উত্তৰঃ 

(ঘ) নগৰীকৰণ কাক বােলে?

উত্তৰঃ 

৪। আমাৰ সমাজৰ লােকসকলে সন্মুখীন হােৱা কেইটিমান সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ 

৫। আমাৰ সমাজত চলি থকা সামাজিক সমস্যাসমূহ সমাধানৰ বাবে কি পৰামৰ্শ আগ বঢ়াবা?

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop