Class 7 Akonir Mahabharat Question and Answer Assam Jatiya Bidyalay | Jatiya Bidyalay Class 7 Akonir Mahabharat Solution অধ্য়ায় ১০ৰ পৰা ১২ লৈ | Assam Jatiya Bidyalay Class 7Akonir Mahabharat Notes and Suggestion Assam Jatiya Bidyalay | Download Class 7 Akonir Mahabharat Read Books PDF Assam Jatiya Bidyalay |

অধ্য়ায়-১০ৰ পৰা ১২ লৈ

১। শ্ৰীকৃষ্ণৰ বংশটোৰ নাম লিখাঁ।

উত্তৰঃ শ্ৰীকৃষ্ণৰ বংশটোৰ নাম যদুবংশ।

২। গান্ধাৰীৰ পিতৃৰ নাম কি? গান্ধাৰীক কালৈ বিয়া দিয়া হৈছিল?

উত্তৰঃ গান্ধাৰীৰ পিতৃৰ নাম সুবল। গান্ধাৰীক ধৃতৰাষ্টলৈকে বিয়া দিয়া হৈছিল।

৩। ভীমক ধৃতৰাষ্ট্ৰৰ ল’ৰাসকলে কিয় সমূলি দেখিব নোৱাৰিছিল?

উত্তৰঃ ভীমে কেতিয়াবা দহ-বাৰটাক একেলগে চুলিত ধৰি চোঁচৰাই নিছিল। কেতিয়াবা একেলগে নদীত গা ধুবলৈ যাওঁতে কেইবাটাকো পানীত জুবুৰীয়াই ধৰি থাকিছিল। বহুত পৰ সিহঁতে ককবকাই থকাৰ পাছতহে এৰি দিছিল। এইবোৰ অত্য়াচাৰৰ কাৰণে ধৃতৰাষ্ট্ৰৰ ল’ৰাহঁতে ভীমক সমূলি দেখিব নোৱাৰিছিল।

Author- Bikash Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop