🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 History AJB Chapter 4 /  আহোম ৰাজ্য়ৰ শাসন ব্য়ৱস্থা

১) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

1.১৯৪৭ চনত

2.২০২২ চনত

3.১৮২৬ চনত

উত্তৰঃ3.১৮২৬ চনত

২) আহোম শাসন ব্য়ৱস্থাত মূখ্য় শাসক কোন?

1. ৰজাৰ পত্নি

2.ৰজাৰ girl fiend

3. ৰাজ কোমাৰৰ পিতৃ

উত্তৰঃ3. ৰাজ কোমাৰৰ পিতৃ

৩) ৰাজ্য়ৰ আইন কাৰ মতে চলে ?

1.সংবিধানৰ মতে

2.পজাৰ মতে

3. ৰজাৰ মতে

উত্তৰঃ ৰজাৰ মতে

৪) আহোম সকলক কাৰ বংশধৰ বুলি কোৱা হয়?

1. বহ্মাৰ বংশধৰ

2. ইন্দ্ৰৰ বংশধৰ

3. মহাদেৱৰ বংশধৰ

উত্তৰঃইন্দ্ৰৰ বংশধৰ

৫) ৰজাৰ কি হলে পতা-মন্তিসকলে সমতা হেৰুৱাবলগা হৈছিল?

1.ৰজা সুখি হলে

2.ৰজা দুখি হলে

3. ৰজা অসন্তুষ্ট হলে

উত্তৰঃ ৰজা অসন্তুষ্ট হলে

৬)কোন চনত আহোমৰ শাসন ব্য়ৱস্থা অন্ত পৰে?

1.১৮২৬ চনত

2.১৮১৬ চনত

3.১৯২৬ চনত

উত্তৰঃ 1.১৮২৬ চনত

৭) ৰজাৰ মৃতূ হলে কোনে ৰজাৰ সিংহাখনত বহে?

1. ৰজাৰ ডাঙৰ পুতেকে

2. ৰজাৰ ডাঙৰ জীয়ৰি

3.ৰজাৰ পিতৃ

উত্তৰঃ 1. ৰজাৰ ডাঙৰ পুতেকে

৮) শিৱ সিংহ কেইজন ভায়েক আছিল?

1. ২ জন

2. 1 জন

3.3 জন

উত্তৰঃ3.3 জন

৯) শিৱ সিংহৰ এজন ভায়েকৰ নাম লিখা?

1. প্ৰমত্ত সিংহ

2.আনন্দ সিংহ

3. জয়ধজ সিংহ

উত্তৰঃ 1. প্ৰমত্ত সিংহ

১০) চুডাংফা আনটো নাম কি?

1.  বামুনণী কোৱৰ

2. প্ৰমত্ত সিংহ

3. 3. জয়ধজ সিংহ+

উত্তৰঃ 1.  বামুনণী কোৱৰ

১১) চু মানে কি?

1.শয়াল

2.বান্দৰ

3.বাঘ

উত্তৰঃ বাঘ

১২) কা মানে কি?

1.যোৱা

2.অহা

3. নহা

উত্তৰঃ 2.অহা

১৩) ফা মানে কি

1.স্বৰ্গ

2.মাতি

3.পাতাল

উত্তৰঃ 1.স্বৰ্গ

১৪) চুকাফা মানে কি?

1.স্বৰ্গ পৰা অহা বাঘ

2.পাতালৰ পৰা অহগা বাঘ

3.স্বৰ্গৰ পৰা অহা শিয়াল

উত্তৰঃ 1.স্বৰ্গ পৰা অহা বাঘ

১৫) হুং মানে কি লিখা?

1. বিখ্য়াত

2.জনাজাত

3.লাভ

উত্তৰঃ 1. বিখ্য়াত

১৬) মুং মানে হৈছে?

1.ৰাজ্য়

2.দেশ

3.জিলা

উত্তৰঃ 2.দেশ

১৭) চুহুংমুং মানে হৈছে?

1.বিখ্য়াত দেশৰ বাঘ

2.বিখাত ৰাজ্য়ৰ বাঘ

3.বিখ্য়াত জিলাৰ বাঘ

উত্তৰঃ 1.বিখ্য়াত দেশৰ বাঘ

১৮) এট জাতিৰ মূৰবি জনক কি বুলি কোৱা হয়?

1.মূখিয়াল

2.মন্তি

3.ওপৰৰ এটাও নহয়

উত্তৰঃ মূখিয়াল

১৯) আহোমৰ ৰাজ ধানি কত আছিল?

1.ৰংপুৰ

2.উদয়পুৰ

3.গান্ধিনগৰ

উত্তৰঃৰংপুৰ

২০) পচা শব্দৰ অৰ্থ কি?

1.আনন্দ

2.দুখ

3. বৰঙণি

উত্তৰঃবৰঙণি

২১)মন্ত্ৰণাদাতাসকলক সামূহিক ভাৱে কি  বোলি কোৱা হৈছিল?

১.পাত্ৰ-মন্তি

২.পাত্ৰ-ৰজা

৩.বৰফুকন

উত্তৰঃ 3.বৰফুকন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop