🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 History AJB/ Chapter 5 MCQs অসমৰ ৰণ-কৌশল, অস্ত্ৰ- শস্ত্ৰ ইত্য়াদি

১) প্ৰথম অবস্থাত অসমৰ অস্থ শস্থ কেনে ধৰণৰ আছিল?

১.যাঠী -জোং, বৰ্শা, ধনু-কাড়, ইটাদি

২.ৰাইফল, থমচন, এ.কে.৪৭, ইটাদি

৩.ওপৰৰ দুয়োটা

উত্তৰঃ যাঠী -জোং, বৰ্শা, ধনু-কাড়, ইটাদি

২) অসমৰ আহোম ৰাজ্য়ত  স্থায়ী______নাছিল।

১.টকা-পইচা

২.ৰাণী

৩.সৈন্য়বাহিনী

উত্তৰঃ সৈন্য়বাহিনী

৩) আহোমৰ সৈন্য়বহাহিনী কাৰ পৰা যোগাৰ কৰিছিল?

১.অসম পুলিচৰ পৰাৈ

২.Indian army পৰা

৩.পাইকসকলৰ পৰা

উত্তৰঃ পাইকসকলৰ পৰা

৪) এই ব্য়ৱস্থাটো অতি _____আছিল?

১.নিম্ন

২.উচ্চত

৩.উন্নত

উত্তৰঃ উন্নত

৫) ৰজাই লোৱা তৰোৱাল খনৰ নাম কি?

১.দা

২.হেংদাং

৩.হেংবাং

উত্তৰঃ ২.হেংদাং

৬) ৰজাৰ ওপৰিও হেংদাং কোনে কোনে লব পৰিছিল?

1.প্ৰধান মন্তি আৰু পলি সেনাপতিসকলে

2. কেপতেইন সকলে

3. ৰাণীয়ে

উত্তৰঃ 1.প্ৰধান মন্তি আৰু পলি সেনাপতিসকলে

৭) যুদ্ধৰ বাবে ব্য়ৱহাৰ কৰা কেইবিধ মান আহিলাৰ নাম লিখা?

  1. দা, কোৰ, কোঠা

2. ধনু কাড়,দা,তৰোৱাল

3. ৰাইফল, ঘোৰা

উত্তৰঃ ধনু কাড়,দা,তৰোৱাল

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop