ভগ্নাংশ আৰু দশমিক সংখ্য়ায়
২য় অধ্য়ায়
অনুশীলনী 2(D)
1. মান নিৰ্ণয় কৰাঁ ঃ












2. হৰণ কৰাঁঃ








3. হৰণফল উলিওৱাঁ ঃ








4. হৰণফল উলিওৱাঁ ঃ








5. হৰণ কৰাঁ আৰু হৰণফল দশমিকত প্ৰকাশ কৰাঁঃ






6. এটা সমবাহু ত্ৰিভূজৰ পৰিসীমা 13.8 ছেমি. হ’লে ত্ৰিভূজটোৰ এটা বাহুৰ মাপ উলিওৱাঁ ।

7. দুটা সংখ্যা পূৰণফল 60.45 । ইয়াৰে এটা 6.5 হ’লে আনটো নিৰ্ণয় কৰাঁ ।

8. 154.6 কিগ্ৰা. আপেল 12 জন ল’ৰাৰ মাজত ভগাই দিলে দািপতি কিমানকৈ লাভ কৰিব ?

9. 34 চকা 8 জন ছাত্ৰৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কিমান টকা লাভ কৰিব ?

10. এটা আয়তৰ কালি 24.32 বৰ্গছেমি. । আয়তটোৰ দীঘ 0.4 ছেমি. । ইয়াৰ প্ৰস্থ উলিওৱাঁ ?

Author By- Twinkle Mahanta