🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Chapter 1 MCQ’s Answer | নিয়ৰ |

নিয়ৰ

Chapter 1

১। মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

(ক) পাতক বুজাইছে

(খ) নিয়ৰৰ টোপাল টোক বুজাইছে

(গ) পাতত পৰি থকা নিয়ৰক বুজাইছে

উত্তৰঃ- (খ) নিয়ৰৰ টোপাল টোক বুজাইছে।

নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?

(ক) পাতৰ লগত

(খ) আকাশৰ লগত

(গ) মুকুতাৰ লগত

উত্তৰঃ- (গ) মুকুতাৰ লগত।

নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

(ক) নিচুক কথাটি

(খ) টোপনি যোৱা

(গ) সপোন দেখা

উত্তৰঃ- (ক) নিচুক কথাটি।

৪। ফুলনিত কি ছিগি ৰৈ গ’ল?

(ক)পাত

(খ)মণি

(গ)নিয়ৰ

উত্তৰঃ- (খ) মণি।

বেলিৰ সমাৰ্থক শব্দ কোৱা

(ক) চন্দ্ৰ

(খ) আকাশ

(গ) সূৰ্য

উত্তৰঃ- (গ) সূৰ্য।

ফটিক শব্দৰ অৰ্থ কি?

(ক) স্বচ্ছ

(খ) হেঙুলৰ নিচিনা

(গ) মনে মনে থকা

উত্তৰঃ- (ক) স্বচ্ছ।

শোভে শব্দৰ অৰ্থ কি?

(ক) নিৰ্মল

(খ) নিশব্দ

(গ) শোভা কৰা

উত্তৰঃ– (গ) শোভা কৰা।

হেঙুলি শব্দৰ অৰ্থ কি?

(ক) মনে মনে থকা

(খ) হেঙুলৰ নিচিনা

(গ) নিৰ্মল

উত্তৰঃ– (খ) হেঙুলৰ নিচিনা।

নিজম শব্দৰ অৰ্থ কি?

(ক) নিশব্দ

(খ) শোভা কৰা

(গ) মনে মনে থকা

উত্তৰঃ- (ক) নিশব্দ।

১০ নিচুক শব্দৰ অৰ্থ কি?

(ক) নিৰ্মল

(খ)মনে মনে থকা

(গ) গনিশব্দ

উত্তৰঃ- (ক) মনে মনে থকা।

১১। নিয়ৰ কবিতাটোৰ ৰচক কোন আছিল?

(ক) যতীন্দ্ৰ নাথ দুৱাৰ

(খ) আনন্দচন্দ্ৰ আগৰৱালা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ- (গ) চন্দ্ৰকুমাৰ আগৰৱালা।

১২। নিয়ৰ-ভঙা মানে জন্তুৰ আগ-চেউৰাৰ সম্মুখৰ কিহৰ তলৰ ভাগ?

(ক) হাতৰ তলৰ

(খ)ডিঙিৰ তলৰ

(গ) ককাঁলৰ তলৰ

উত্তৰঃ- (খ) ডিঙিৰ তলৰ।

১৩। চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল? 

(ক) ১৮৬৬

(খ) ১৮৬৭

(গ) ১৮৬৮

উত্তৰঃ- (খ) ১৮৬৭।

১৪। পানীৰ সমাৰ্থ শব্দ কি?

(ক) আন্ধা

(খ) নয়ন

(গ) জল

উত্তৰঃ– (গ) জল।

১৫। ‘জোনাকী কাকত’ খনৰ প্ৰথম সম্পাদক কোন আছিল?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ- (খ) চন্দ্ৰকুমাৰ আগৰৱালা।

১৬। এটা শব্দ প্ৰকাশ কৰা- একে মাকৰ সন্তান?

(ক) অঘৰী

(খ) সহোদৰ

(গ) হৰিভক্তি

উত্তৰঃ– (খ) সহোদৰ।

১৭। সাঁথৰ ভাঙা- ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকুৱাব নোৱাৰি?

(ক) চুলি

(খ) জিভা

(গ) আঙুলি

উত্তৰঃ– (খ) জিভা।

১৮। মুকুতা মণিটি পাহিত জিলিকে কি পানীত ধোৱে?

(ক) সোণৰ পানীত

(খ) লেতেৰা পানীত

(গ) ফটিক পানীত 

উত্তৰঃ– (গ) ফটিক পানীত।

১৯। চন্দ্ৰকুমাৰ আগৰৱালা শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?

(ক) প্ৰতিমা

(খ) বীণ ব’ৰাগী

(গ) চন্দ্ৰামৃত

উত্তৰঃ- (ক) প্ৰতিমা।

২০। চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৩৭ চনত

(খ) ১৯৩৮ চনত

(গ) ১৯৩৯ চনত

উত্তৰঃ- (খ) ১৯৩৮ চনত।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop