🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Chapter 8 MCQs । শ্ৰী শ্ৰী শংকৰদেৱ ।

শ্ৰী শ্ৰী শংকৰদেৱ

Chapter 8

১। শ্ৰী শ্ৰী শংকৰদেৱ পাঠটোৰ কবিৰ নাম?

(ক) যতীন্দ্ৰ নাথ দুৱৰা

(খ) সত্যনাথ বৰা

(গ) কিৰন দেৱী

উত্তৰঃ– (ক) যতীন্দ্ৰ নাথ দুৱৰা

২। লেখকৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৬০

(খ) ১৮৯২

(গ) ২০১১

উত্তৰঃ- (খ) ১৮৯২

৩। লেখকৰ পিতৃৰ নাম কি?

(ক) সত্যনাথ বৰা

(খ) শ্যমসুন্দৰ দুৱৰা

(গ) ওপৰৰ দুয়োতাই হয়

উত্তৰঃ- (খ) শ্যমসুন্দৰ দুৱৰা

৪। লেখকৰ মাতৃৰ নাম কি?

(ক) সৰোজিনী নাইডু

(খ) পুনিতা অৰ’ৰা

(গ) পুণ্যদা দুৱৰা

উত্তৰঃ- (গ) পুণ্যদা দুৱৰা

৫। লেখক কিমান চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে?

(ক) ১৯০৯

(খ) ১৯১৩

(গ) ১৯৬৪

উত্তৰঃ- (ক) ১৯০৯

৬। ১৯১৩ চনত স্কটিছ চাৰ্চ্চ কলেজৰ পৰা কি ডিগ্ৰী লাভ কৰে।

(ক) এম.এ ডিগ্ৰী

(খ) স্নাতক ডিগ্ৰী

(গ) ওপৰৰ দুয়োতাই হয়

উত্তৰঃ- (খ) স্নাতক ডিগ্ৰী

৭। যতীন্দ্ৰ নাথ দুৱৰাই কি আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে।

(ক) তাল

(খ) বাঁহী

(গ) ঢোল

উত্তৰঃ- (খ) বাঁহী

৮। লেখকৰ গদ্যপুথিখনৰ নাম কি?

(ক) বনফুল

(খ) মৰমৰ সুৰ

(গ) কথাকবিতা

উত্তৰঃ- (গ) কথাকবিতা

৯। কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে?

(ক) ১৯৬৪

(খ) ১৯৫২

(গ) ১৯১৩

উত্তৰঃ- (ক) ১৯৬৪

১০। যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫২ চনত কি পুৰস্কাৰ লাভ কৰে।

(ক) সাহিত্য অকাদেমি

(খ) জ্ঞানপীঠ বঁটা

(গ) ওপৰৰ দয়োটাই নহয়

উত্তৰঃ- (ক) সাহিত্য অকাদেমি

১১। ‘কোন দূৰ অতীতৰ ধ্যান মগ্ন যোগী তুমি’ বুলি কবিয়ে কাক কৈছে?

(ক) শ্ৰী মাধৱদেৱক

(খ) শ্ৰী শ্ৰী শংকৰদেৱক

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (খ) শ্ৰী শ্ৰী শংকৰদেৱক

১২। শংকৰদেৱে তব পুণ্য কিৰণেৰে কি কৰিলে?

(ক) অপবিত্ৰ ভূমি

(খ) পবিত্ৰ ভূমি

(ঘ) এটাও নহয়

উত্তৰঃ- (খ) পবিত্ৰ ভূমি

১৩। শংকৰদেৱে স্বৰ্গৰ বাতৰি ক’ত আনি দিলে?

(ক) পৃথিবীত

(খ) স্বৰ্গত

(গ) মৰতত

উত্তৰঃ- (গ) মৰতত

১৪। গভীৰ উদাৰ সুৰ আজিও ক’ত বাজি উঠিছে?

(ক) অসমৰ ঘৰে ঘৰে

(খ) ভাৰতৰ ঘৰে ঘৰে

(গ) অন্ধপ্ৰদেশৰ ঘৰে ঘৰে

উত্তৰঃ- (ক) অসমৰ ঘৰে ঘৰে

১৫। অসমক কোনে জীৱন দান  কৰিলে?

(ক) শ্ৰী মাধবদেৱে

(খ) শ্ৰী শ্ৰী শংকৰদেৱে

(গ) সত্যনাথ বৰা

উত্তৰঃ- শ্ৰী শ্ৰী শংকৰদেৱে

১৬। শংকৰদেৱৰ গৰিমা গীত ক’ত বজে ?

(ক) ঘৰে ঘৰে

(খ) বনে বনে

(গ) হ্ৰদয়ে হ্ৰদয়ে

উত্তৰঃ- (গ) হ্ৰদয়ে হ্ৰদয়ে

১৭। শংকৰদেৱে  অশেষ যতনেৰে কাক  দেৱ সজালা ?

(ক) জনমভূমি

(খ) মৰনভূমি

(গ) জগতভূমি

উত্তৰঃ- (ক) জনমভূমি

১৮। শংকৰদেৱৰ  সাজকে পিন্ধি জননীয়ে উলাহত নিজকে চিনাকি দিয়ে———- জগতত

(ক) কান্ধি কান্ধি

(খ) চিঞৰি চিঞৰি

(গ) হাঁহি হাঁহি

উত্তৰঃ- (গ) হাঁহি হাঁহি

১৯। সন্ন্যাসী শব্দৰ সমাৰ্থক শব্দ কি?

(ক) জননী

(খ) যোগী

(গ) গৰিমা

উত্তৰঃ- (খ) যোগী

২০। পুণ্য শব্দৰ বিপৰীত অৰ্থ কি?

(ক) ঘৃণা

(খ) বৰ্তমান

(গ) পাৰ্প

উত্তৰঃ- (গ) পাৰ্প

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop