🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Maths Lesson 4 (A) Solution AJBঅধ্য়ায়-4 | অনুশীলনী 4 (A) | Chapter 4.1 | Class 8 Maths AJB School Question Answer | Lesson 4.1 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায়-4

অনুশীলনী- 4 (A)

1. তলৰ চিত্ৰবোৰ চোৱা ঃ

a) কোনবোৰ বক্ৰ?

b) কোনবোৰ সৰল বক্ৰ?

c) কোনবোৰ সৰল বন্ধ বক্ৰ ?

2. তলৰ চিত্ৰবোৰৰ a) কোনবোৰ বহুভূজ ? b) কোনবোৰ উত্তল বহুভুজ c) কোনবোৰ অবতল বহুভুজ ?

iv)  v)  vi)

vii)    viii)        ix) 

3. এটা বহুভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি উৱিওৱা৩ যদিহে            তাৰ বাহুসংখ্য়াক

    i) 5                    ii) 8                     iii) 10                    iv) 13

4. i)এটা বহুভূজ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি 7200 হ’লে                       বহুভুজটোৰ বাহুসংখ্য়া উলিওৱা।

    ii) এটা বহুভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি  2160হ’লে বহুভুজটোৰ বাহুসংখ্য়া উলিওৱা।

5. এটা বহুভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি  6400 হ’ব পাৰেনে?

6. এটা সুষম অষ্টভুজৰ

    i)প্ৰতিটো অন্তঃকোণৰ মাপ কিমান?

   ii) প্ৰতিটো বহিঃকোণৰ মাপ কিমান?

7. এটা সুষম বহুভুজৰ প্ৰতিটো বহিঃকোণৰ মাপ  72হ’লে —

    i) বহুভুজটোৰ বাহুসংখ্য়া কিমান?

   ii) অন্তঃকোণবোৰৰ মাপৰ সমষ্টি কিমান? 

  iii) প্ৰতিটো অন্তঃকোণৰ মাপ কিমান?

8. এটা সুষম বহুভুজৰ একোটা বহিঃকোণৰ মাপ তাৰ একোটা অন্তঃকোণৰ মাপৰ দুগুণ হ’লে বহুভুজটোৰ বাহুসংখ্য়া উৱিওৱা।

9. এটা সুষম বহুভুজ একোটা বহিঃকোণৰ মাপ 25হ’ব পাৰেনে?

10. তলৰ প্ৰতিটো ক্ষেত্ৰত x ৰ মান উলিওৱা ঃ

  i)     ii) 

iii)              iv)  

Type – Rajashree Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop