Class 8 Maths Solution Lesson 6 (C) AJB অধ্য়ায়-6 | অনুশীলনী 6 (C) | Chapter 6 | Class 8 Maths AJB School Question Answer | Lesson 6 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায়-6

অনুশীলনী – 6(C)

1. তলৰ প্ৰতিটো পৰীক্ষাৰ ফলবোৰ লিখা।

    i)  এটা মুদ্ৰা এবাৰ টচ কৰা হ’ল ।

   ii) দুটা মুদ্ৰা একেলগে টচ কৰা হ’ল।

  iii) এটা মুদ্ৰা 3 বাৰ টচ কৰা হ’ল।

  iv) এটা লুডুগুটি এবাৰ দলিওৱা হ’ল।

   v) এটা লুডুগুটি দুবাৰ দলিওৱা হ’ল।

2. নিশ্চিত ঘটনা কাক বোলে? এটা উদাহৰণ দিয়া।

3. এসম্ভৱ ঘটনা কাক বোলে? এটা উদাহৰণ দিয়া।

4. এখন মোনাত সমান আকাৰৰ কিছুমান বল আছে। ইয়াৰে 6টা বগা,     5টা হালধীয়া আৰি বাকী 8টা সেউজীয়া ৰঙৰ। মোনাখনৰ পৰা এটা     বল যাদৃচ্ছিকভাৱে উলিয়াই আনিলে,  বলটো —

    i) বগা হোৱাৰ সম্ভাৱিতা উলিওৱা।

   ii) হালধীয়া নোহোৱাৰ সম্ভাৱিতা উলিওৱা।

5. 20 খন সমান জোখৰ কাৰেডৰ এটা পিঠিত ক্ৰমে 1ৰ পৰা 20লৈ         সংখ্য়াবোৰ লিখি লোৱা হ’ল। কাৰ্ডবোৰ ভালদৰে সানমিহলি কৰি         লৈ এখন কাৰ্ড যাদৃচ্ছিকভাৱে টনা কাৰ্ডখনত লুখা থকা সংখ্য়াটো

    i) যুগ্ম হোৱাৰ সম্ভাৱিতা উলিওৱা।

   ii) মৌলিক হোৱাৰ সম্ভাৱিতা উলিওৱা।

  iii) 6ৰ গুণিতক হোৱাৰ সম্ভাৱিতা উলিওৱা।

6. এটা লুডুগুটি এবাৰ দলিওৱা হ’ল। ওপৰ পিঠিত পোৱা সংখ্য়াটো —

    i) যুগ্ম হোৱাৰ                                    ii) অযুগ্ম হোৱাৰ     

  iii) 4 তকৈ ডাঙৰ হোৱাৰ                   iv) 5ৰ গুণিতক হোৱাৰ 

   v) 3তকৈ ডাঙৰ নোহোৱাৰ               vi) 3 বা 5 হোৱাৰ সম্ভাৱিতা            নিৰ্ণয় কৰা।

7. তিনিটা মুদ্ৰা একেলগে টচ কৰা হ’স। তেন্তে —

    i)দুটা মুণ্ড            ii) কমেও দুটা মুণ্ড        iii)  খুব বেছি দুটা মুণ্ড

  iv) তিনিটা পুচ্ছ     v) কমেও এটা পুচ্ছ       vi) এটা পুচ্ছ

 vii) খুব বেছি এটা মুণ্ড পোৱাৰ সম্ভাৱিতা  উলিওৱা।

8. দুটা লুডুগুটি একেলগে দলুওৱা হ’ল। কমেও এটা 3 পোৱাৰ                 সম্ভাৱিতা উলিওৱা।

9. এটা লুডুগুটি 2 বাৰ দলিওৱা হ’ল। দুয়োবাৰত পোৱা সংখ্য়া দুটাৰ         i) 3 হোৱাৰ              ii) 7 হোৱাৰ                iii) 10 হোৱাৰ 

    iv) 12 হোৱাৰ সম্ভানিতা উলিওৱা।

Type – Rajashree Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop