পৰিমেয় সংখ্য়া (Rational Numbers)
অধ্য়ায়-2
অনুশীলনী- 2 (A)
1. সত্য়নে অসত্য় লিখা।
i) 0 এটা স্বাভাৱিক সংখ্য়া।
ii) আটাইতকৈ সৰু পূৰ্ণ সংখ্য়া 0।
iii) -11 এটা অখণ্ড সংখ্য়া।
iv) সকলো অখণ্ড সংখ্য়াই পূৰ্ণ সংখ্য়া।
v) সকলো স্বাভাৱিক সংখ্য়াই পূৰ্ণ সংখ্য়া।
vi) অখণ্ড সংখ্য়াবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে।
vii) পূৰ্ণ সংখ্য়াবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে।
viii) a, b, c যিকোনো তিনিটা অখণ্ড সংখ্য়া হ’লে (a ÷ b) ÷ (b ÷ c)
ix) x যিকোনো এটা অখণ্ড সংখ্য়া হ’লে a × 0 = a
x) x যিকোনো এটা অখণ্ড সংখ্য়া হ’লে x + (-x) = 0
2. তলৰ কোনবোৰ পৰিমেয় সংখ্য়া ?

……… -3.13113111333 …………….,

3. তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্য়া বাছি উলিওৱা:

4. তলৰ পৰিমোয় সংখ্য়াবোৰক প্ৰামাণিক ৰূপলৈ নিয়া।

5. ৰ তিনিটা সমান পৰিমেয় সংখ্য়া লিখা
6. তলৰ পৰিমেয় সংখ্য়াবোৰৰ কোনটো ডাঙৰ আৰু কোনটো সৰু উলিওৱা।

7. তলৰ পৰিমেয় সংখ্য়াবোৰ ঊৰ্ধক্ৰমত লিখা।

8.তলৰ পৰিমেয় সংখ্য়াবোৰৰ মাজৰ তিনিটাকৈ পৰিমেয় সংখ্য়া উলিওৱা:

9. তলৰ পৰিমেয় সংখ্য়াবোৰৰ মাজত নিৰ্দেশ কৰা অনুসৰি পৰিমেয় সংখ্য়া উলিওৱা:

10. তলৰ পৰিমেয় সংখ্য়াবোৰ সংখ্য়াৰেখাত উপস্থাপন কৰা:

Type- Rajashree Bora
Post ID: DABP001743