🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহ | Chapter 17 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 17 All Solution.

পাঠ নং ১৬

১৭.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

     ১. আত্ম নিয়ন্ত্ৰণ বুলিলে কি বুজা ?

     ২. দুটা এনে চৰ্ত উল্লেখ কৰা যিয়ে আত্ম নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূ কৰে।

পাঠ নং ১৭

১৭.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

     ১. নৈতিক দিশস্থিতিৰ বিকাশৰ প্ৰকৃতি নিৰ্ণয় কৰা।

     ২. কহলবাৰ্গৰ মতে নৈতিক যুক্তিয়ে কিমানটা স্তৰ পাৰ হব লাগে ?

পাঠ্য় নং ১৯

১৭.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

     ১. সমাজমুখী আচৰণৰ দুটা উদাহৰণ দিয়া।

     ২. দুটা পদ্ধতি উল্লেখ কৰা যাৰ সহায়ত সমাজমুখী আচৰণ শক্তিশালী কৰিব পাৰি।

     ৩. তিনিটা সমাজবিৰোধী আচৰণৰ উদাহৰণ দিয়া।

পাঠ্য় সমাপ্তিৰ অনুশীলনঃ

     ১. তুমি কিদৰে আত্ম নিয়ন্ত্ৰণৰ প্ৰণালী যিকোনো সমস্য়াৰ পৰিস্থিতিত ব্য়ৱহাৰ কৰিবা? উদাহৰণসহ ব্য়াখ্য়া কৰা।

     ২. নৈতিকতাৰ কিদৰে বিকাশ হয়।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop