এক ভাই ৰুলে গছ,এক ভায়ে খালে ফল,এক ভায়ে ল’লে সোৱাদ,একভায়ে কৰে বিলাপ,এক ভায়ে ভোগ কৰিলে ইহঁতক একেলগে কোনে সৰজিলে ? Posted on 03/02/2023 | Posted on Puspa Kakati উত্তৰঃ হাত,মুখ,জিভা,ডিঙি আৰু পেটৰ সৈতে মানুহ, Post Views: 116