🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ব্য়ক্তিত্বৰ মূল্য়াঙ্কণ | Chapter 19 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 19 All Solution.

পাঠ্য় নং ৩৬

১৯.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

  উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰাঃ

 (১)__________________ ত এগৰাকী ব্য়ক্তিয়ে বিভিন্ন পৰিস্থিতিত কিদৰে প্ৰতিক্ৰিয়া কৰে তাৰ ওপৰত কিছু প্ৰশ্ন উওৰ দিব লাগে।

 (২) এগৰাকী ব্য়ক্তিৰ চৰিএৰ বৰ্ণনা পূৰ্বৰ জ্ঞান ওপৰত প্ৰতিষ্ঠিত যাক কোৱা হয় _________________

      ___________ অভিগমন বুলি।

 (৩)________________ পৰোক্ষ সাংকেতিক অৰ্থ ব্য়ৱহাৰ কৰে যিবোৰ মনোবিশ্লেষকৰ দ্বাৰা ব্য়াখ্য়া কৰা হয় অচেতন সংঘাতবোৰ মুক্ত কৰিবলৈ।

 (৪)_______________ পৰীক্ষাত মানুহৰ ছবি থাকে যত ব্য়ক্তিয়ে সেইজন বিষয়ে চমু গল্প এটা কব লাগে।

পাঠ্য় নং ৩৭

১৯.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ              

  উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰাঃ

(১)_______________ অভিগমন কি দৰে সি/তাই পৃখিৱীখনক সংবোধিত কৰে সেই কথা নিদ্ধাৰণত মনোযোগ কেন্দ্ৰীভূত কৰে।

(২) এগৰাকী ব্য়ক্তিৰ সি/তাই আভ্য়ন্তৰীণ প্ৰকৃতি বা আত্ম কথা আনৰ ওচৰত মুক্ত কৰাৰ আগ্ৰহক _____________ প্ৰৱণতা বুলি বুজোৱা হয়।

(৩) ভাৰতীয় নিদ্ধাৰণত গুণৰ অভিগমনে এইকথা বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰে কোনটো গুণ এগৰাকী ব্য়ক্তিৰ মাজত _________________ আছে।

(৪)__________________ পদ্ধতি যিটো চৰিএ অভিগমনত ব্য়ৱহাৰ হয় গুণৰ পটভূমিতো ব্য়ৱহাৰ হয়।

 পাঠ্য় শেহান্ত অনুশীলনীঃ

 ব্য়ক্তিত্বৰ নিদ্ধাৰণত তলত উল্লেখ কৰা অভিগমন কিদৰে সম্ভৱ, চমুকৈ লিখা।

 (১) চৰিএ।

 (২) মনোবিশ্লেষণাত্মক।

 (৩) মানৱতাবাদী।

(৪) গুণ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop