অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং Class 7 MCQ / School AJB / Chapter 6 History

১) স্থাপত্য়- ভাস্কৰ্যসমুহক প্ৰধান কৈ কেইতা ভাগত?

1.৫ টা

2.৭৮৯০৯টা

3.৫৬৪টা

উত্তৰঃ 1.৫ টা

২) স্থাপত্য় আৰু ভাস্কয্য়  সমোহ কি কি?

1.পুথুৰি, মৈদাম, ৰাজকাৰেং

2.,তাজমহল

3.লালকিল্লা

উত্তৰঃপুথুৰি, মৈদাম, ৰাজকাৰেং,

৩) শোণিতপুৰ ৰজা কোন আছিল ?

১.বান ৰজা

2.আকবৰ ৰজা

3.ভগদত্ত ৰজা

উত্তৰঃ ১.বান ৰজা

৪) বান ৰজাই কি কি মঠ-মন্দিৰ সজাইছিল?

1.অগ্নিগড়, মহাভৈৰৱ মন্দিৰ

২.শিবদৌল, দেবীদৌল

3.কামাখ্য়া মন্দিৰ

উত্তৰঃ 1.অগ্নিগড়, মহাভৈৰৱ মন্দিৰ

৫) নীলাচল পাহাৰৰ উত্তৰত এটা কিহৰ মন্দিৰ থকা বুলি ভৱা হৈছে?

1. কামাখ্য়া মন্দিৰ

2.দুৰ্গা দেৱীৰ মন্দিৰ

3. গুহা মন্দিৰ

উত্তৰঃ গুহামন্দিৰ

৬) তেজপুৰত থকা ‘দ-পৰ্বতীয়াৰ শিলৰ তোৰণ’ কি শৈলিৰ এক উদাহৰণ? 

১. গুপ্তশৈলী

২. স্থাপত্য় শৈলী

৩. ভাস্কৰ্য শৈলী

উত্তৰঃ ১.গুপ্তশৈলী

৭) কামাখ্য়া মন্দিৰ কোচ ৰজাৰ লগতে কাৰ মূৰ্তি দেখা যায়?

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop