আমাৰ মৌলিক কৰ্তব্য | অধ্যায় ২৪ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 24 Question and Answer Assamese medium | Class 8 Social Science Chapter 24 Assamese Medium Question and Answer Notes and Suggestion

আমাৰ মৌলিক কৰ্তব্য

Lesson: 24

১। চমু উত্তৰ দিয়া :

ক) ভাৰতবৰ্ষৰ নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ কোন চনৰ কোনটো সংশোধনী মতে প্ৰদান কৰিছে?

উত্তৰঃ

খ) কর্তব্য বুলিলে কি বুজা?

উত্তৰঃ

গ) ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত আদিক আমি কিয় সন্মান জনাব লাগে।

উত্তৰঃ

২। সংবিধানত উল্লিখিত ৫ বিধ কৰ্তব্যৰ বিষয়ে লিখা।

উত্তৰঃ

৩। এন.চি.চি. আৰু স্কাউট গাইডৰদ্বাৰা বিকশিত হ’ব পৰা গুণসমূহৰ বিষয়ে লিখা।

উত্তৰঃ

৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত?

উত্তৰঃ

৫। শান্তি প্রতিষ্ঠা কৰিবৰ কাৰণে ৫ টা উপায় উল্লেখ কৰা।

উত্তৰঃ

৬। খালী ঠাই পূৰ কৰাঃ

ক) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি_______ গাব লাগে।

উত্তৰঃ

খ) ১৯৭৬ চনৰ _______ তম সংবিধান সংশোধনৰ জৰিয়তে ভাৰতৰ নাগৰিকৰ ১০ বিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে।

উত্তৰঃ

গ) ৬-১৪ বছৰ বয়সৰ শিশুক _______লাভৰ সুবিধা প্ৰদান কৰিব লাগে।

উত্তৰঃ

ঘ) ভাৰতৰ সংবিধানত মুঠ_______ টা নাগৰিকৰ কৰ্তব্য উল্লেখ আছে।

উত্তৰঃ

৭। শুদ্ধ উত্তৰ বাছি উলিওৱা :

ক) ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে/নালাগে।

উত্তৰঃ

খ) গছ-গছনি কাটিলে বানপানী ৰোধ কৰিব পাৰি/নোৱাৰি।

উত্তৰঃ

গ) শান্তি প্রতিষ্ঠাৰ কাৰণে হিংসাত্মক কার্য কৰিব লাগে/নালাগে।

উত্তৰঃ

ঘ) আমাৰ কৰ্তব্যসমূহ ন্যায়ালয়ৰ ওচৰত সাব্যস্ত কৰিব পাৰি/নোৱাৰি।

উত্তৰঃ

Type by  Ishan BoraLast Update by Dipawali Bora (11.05.2022)

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop