চাপ পৰিচালনা আৰু কল্য়াণ | Chapter 30 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 30 All Solution.

পাঠ্য় নং ১৩৯

৩০.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 ১.বায়ফিডবেক বা জৈৱ পূৰ্বানুবৃওিৰ বিষয়ে ব্য়াখ্য়া কৰা।

 ২. প্ৰজ্ঞানাত্মক পদ্ধতিৰ দুটা উদাহৰণ দিয়া।

পাঠ্য় নং ১৪৪

৩০.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 তলত দিয়াবোৰ সঁচা নে মিছা লিখা।

  ১. ভালে থকাটো মানে হল এজন ব্য়ক্তিৰ সুস্থ শৰীৰ, মানসিকতা আৰু সামাজিক কাৰ্যকাৰিতা।

  ২. সময় অপব্য়য় কৰিলে পুনৰ ঘূৰি নাহে।

  ৩. কোনো অগ্ৰাধিকাৰ নিদিয়াকৈ যদি আমি সকলো কাম একেলগে কৰোঁ সময় আমাৰ বাবে কোনো কাৰক হব নোৱাৰে।

  ৪. সময়ৰ সৎ ব্য়ৱহাৰ হবলৈ প্ৰধানকৈ কৰ্মদক্ষতা/পৰিকল্পনা আৰু অগ্ৰাধিকাৰ ওপৰত নজৰ দিব লাগে।

  ৫. সমৰ হিচাপ-নিকাচ আৰু টকা-পইচাৰ হিচাপ-নিকাচৰ মাজত পাৰ্থক্য় আছে।

পাঠ্য় নং ১৪৫

৩০.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

তলত দিয়াবোৰ ইটোৰ লগত সিটো মিলোৱা।

 ১. যম                                             (ক) যোগাভ্য়াসৰ শাৰীৰিক দিশ (শাৰীৰিক ব্য়ায়াম)।

 ২. নিয়ম                                         (খ) মনোযোগ আকৰ্ষণ কৰা।

 ৩. প্ৰাণায়াম                                     (গ) নিজকে সংযম কৰা অভ্য়াস।

 ৪. আসন                                        (ঘ) আচৰণসমূহ সঠিকভাৱে নিৰীক্ষণ কৰা।

 ৫. ধ্য়ান                                           (ঙ) উশাহ-নিশাহ সঠিকভাৱে পৰিচালনা কৰা।

পাঠ্য় নং১৪৭

৩০.৪ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 ১. ধ্য়ান কি? ধ্য়ানৰ দুটা সুফলৰ বিষয়ে লিখা।

 ২. তিনিটা সূক্ষ্ম পুষ্টিকৰ দ্ৰব্য়ৰ নাম লিখা।

পাঠ্য় নং ১৪৮

পাঠ্য় শেহান্ত প্ৰশ্নাৱলীঃ

 ১.মানসিক চাপৰ লগত মোকাবিলা কৰিবৰ বাবে দুটা প্ৰজ্ঞানাত্মক কৌশলৰ বিষয়ে লিখা।

 ২.মানসিক চাপৰ কমোৱাৰ ক্ষেএত অভিৰুচি, জিৰণি আৰু অৱসাদৰ কি ভূমিকা।

 ৩.সময়ৰ সঠিক পৰিচালনা কেনেকৈ কৰিবা।

 ৪.শাৰীৰিক ব্য়ায়াম আৰু পুষ্টিয়ে আমাক কি দৰে সুৰক্ষিত কৰি ৰাখে।  

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop