দুই পিতা দুই পুত্ৰ চিকাৰলৈ গ’ল;পহু মাৰিলে তিনিটা,গাইপতি একোটা । কোঁৱাচোন ইনো বাৰু কেনেকৈ সম্ভৱ হ’ল? Posted on 09/02/2023 | Posted on Puspa Kakati উত্তৰঃ চিকাৰলৈ ককাক, বাপেক আৰু নাতিয়েক গৈছিল । Post Views: 118