🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পৰিমিতি | Lesson 11 | Exercise 11 (E) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Chapter 11 Question Answer and Solutions |

পৰিমিতি

পাঠ ১১

অনুশীলনী 11(E)

1. বৃত্তৰ পৰিধি নিৰ্ণয় কৰা।

(i) ব্য়াসাৰ্ধ = 14 চেমি

(ii) ব্য়াসাৰ্ধ = 4.9 মিটাৰ

(iii) ব্য়াস = 49 মিটাৰ

(iv) ব্য়াস = 22.4 মিটাৰ

2. বৃত্তৰ কালি নিৰ্ণয় কৰা।

(i) ব্য়াসাৰ্ধ = 2.8 মি

(ii) ব্য়াসাৰ্ধ = 10.5 চেমি

(iii) ব্য়াস = 56 চেমি

(iv) ব্য়াস = 22.4 মি

(v) পৰিধি = 110 চেমি

(vi) পৰিধি = 44 চেমি

3. এটা বৃত্তৰ পৰিধি 4 মিটাৰ 40 চেমি হ’লে বৃত্তটোৰ কালি নিৰ্ণয় কৰা।

4. এটা বৃত্তৰ ব্য়াসাৰ্ধ 84 চেমি আৰু আন এটা বৃত্তৰ ব্য়াসাৰ্ধ 91 চেমি। দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা।

5. এখন গাড়ীৰ চকাৰ ব্য়াস 98 চেমি। চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব?উত্তৰঃ

6. এখন চাইকেলৰ চকাৰ ব্য়াস 56 চেমি। চাইকেলখনে 8 কিমি 80 চেমি বাট গ’লে চকাটো কিমানবাৰ ঘূৰিব নিৰ্ণয় কৰা।

7. 15 চেমি বাহু দৈৰ্ঘ্যৰ বৰ্গাকাৰ কাগজ এখনৰ পৰা 7 চেমি ব্যাসাৰ্ধৰ বৃত্তাকাৰ টুকুৰা এটা কাটি উলিয়াই অনা হ’ল। অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা।

8. 12 চেমি ব্য়াসাৰ্ধৰ বৃত্তাকাৰ কাঠ এটুকুৰাৰ পৰা 5 চেমি ব্য়াসাৰ্ধৰ বৃত্তাকাৰ কাঠ এটুকুৰা উলিয়াই অনা হ’ল। অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা।

9. 28 চেমি ব্য়াসাৰ্ধৰ তাঁৰ এডাল ভাঁজ কৰি এটা বৰ্গ তৈয়াৰ কৰা হ’ল। নিৰ্ণয় কৰা一(i) বৰ্গটোৰ বাহুৰ দীঘ।(ii) কোনটোৰ কালি বেছি।

10. এটা বৰ্গৰ পৰিসীমা 12 মিটাৰ আৰু এটা বৃত্তৰ পৰিধি 12 মিটাৰ। কোনটোৰ কালি বেছি?

11. বৃত্তাকাৰ বাগিছা এখনৰ চাৰিওপিনে জেওৰা এখন দিওঁতে মুঠতে 2640 টকা খৰচ হ’ল। প্ৰতি মিটাৰৰ খৰচ 28 টকা। বাগিছাখনৰ পৰিধি আৰু কালি উলিওৱা।

12. তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশৰ কালি নিৰ্ণয় কৰা।

– Hiru Moni Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop