পৰিমিতি | Lesson 11 | Exercise 11(C) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Question Answer and Solutions |

পৰিমিতি

পাঠ ১১

অনুশীলনী 11(C)1. তলত প্ৰতিটো ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা।

2. খালী ঠাই পূৰ কৰাঃ

SL No.ভূমি  (চেমি)উচ্চতা (চেমি)কালি (বৰ্গ চেমি)
(a)16648
(b)5820
(c)16864

3. এটা ত্ৰিভূজৰ কালি 75 বৰ্গ চেমি। যদি উচ্চতা 10 চেমি তেন্তে অনুৰূপ ভূমিৰ দীঘ নিৰ্ণয় কৰা।

4. এটা সমকোণী ত্ৰিভূজৰ কালি 130 বৰ্গ চেমি। সমকোণ উৎপন্ন কৰা এটা বাহুৰ দীঘ 6.5 চেমি হ’লে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দীঘ নিৰ্ণয় কৰা।

5. ABCD চতুৰ্ভূজৰ AC কৰ্ণ। AC ৰ ওপৰত BM আৰু DN লম্ব। AC = 28 চেমি, BM = 7 চেমি আৰু DN = 5 চেমি। নিৰ্ণয় কৰা 一(i) ABC ত্ৰিভূজৰ কালি    (ii) ADC ত্ৰিভূজৰ কালি    (iii) ABCD চতুৰ্ভূজৰ কালি

6. তলৰ চিত্ৰটোৱে আগুৰা অংশৰ কালি নিৰ্ণয় কৰা।

7. ৰং কৰা অংশৰ কালি নিৰ্ণয় কৰা।

– Hiru Moni Bora

Post ID : DABP004100

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop