🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলকশিক্ষাৰ ভূমিকা| অধ্যায় ১৭ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 17 Question and Answer Assamese medium | Class 8 Social Science Chapter 17 Assamese Medium Question and Answer Notes and Suggestion |

মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ

 নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

Lesson: 17

নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত 

বৃত্তিমূলক শিক্ষাৰ ভূমিকা

১। চমু উত্তৰ লিখা:

ক) সম্পদ হ’বলৈ মানুহ কি কি গুণৰ অধিকাৰী হ’ব লাগিব?

উত্তৰঃ

খ) উৎপাদনৰ মূল উপাদান কেইটা আৰু কি কি?

উত্তৰঃ

গ) বিশেষ প্রয়োজনসম্পন্ন লোক মানৱ সম্পদৰূপে বিবেচিত হ’ব পাৰেনে?

উত্তৰঃ

ঘ) জীৱনৰ প্ৰত্যাশা কি?

উত্তৰঃ

ঙ) বৃত্তি কাক বোলে?

উত্তৰঃ

চ) অসমত বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ

২। বহলাই লিখা :

ক) মানৱ সম্পদ উন্নয়নত নিৰ্দেশকসমূহ।

উত্তৰঃ

খ) বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত কিদৰে সহায় কৰে?

উত্তৰঃ

গ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ কিদৰে নিৰ্ণয় কৰা হয়?

উত্তৰঃ

ঘ) মানব সম্পদ উন্নয়নত শিক্ষাৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

৩। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা ঃ

ক) মানুহ মাত্রেই মানব সম্পদ নহয়।

উত্তৰঃ

খ) জনসংখ্যা বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয়।

উত্তৰঃ

গ) যিখন দেশত জীৱনৰ প্ৰত্যাশা বেছি সেইখন দেশত মানব সম্পদৰ পৰিমাণো বেছি হয়।

উত্তৰঃ

 ঘ) উন্নত দেশৰ তুলনাত অনুন্নত দেশসমূহত বিদ্যালয় এৰাৰ হাৰ উচ্চ।

উত্তৰঃ

ঙ) বৃত্তিমূলক শিক্ষাই স্ব-নিয়োজনৰ পথ মুকলি কৰি নিবনুৱা সমস্যা সমাধানত সহায় কৰে।

উত্তৰঃ

৪। খালী ঠাই পূৰ কৰা :ক) উৎপাদনৰ চাৰিটা উপাদান হ’ল ভূমি_______,_______আৰু_______।

উত্তৰঃখ) দেশৰ উৎপাদনত _______প্রত্যক্ষ অবদান থাকে।

উত্তৰঃ
গ) বৃত্তিমূলক শিক্ষাই _______ত বিশেষ ভূমিকা পালন কৰে।

উত্তৰঃঘ) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা_______।

উত্তৰঃঙ) আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰদ্বাৰা জনসাধাৰণৰ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষাক _______বোলা হয়।

উত্তৰঃচ) _______বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

উত্তৰঃছ) _______শিশুৰ স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে।

উত্তৰঃ

৫। চমুটোকা লিখা :

ক) মানৱ সম্পদ

উত্তৰঃ

খ) বৃত্তিমূলক শিক্ষা

উত্তৰঃ

গ) জনমূৰি আয়

উত্তৰঃ

ঘ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক

উত্তৰঃ

Type by Ishan Bora

Last Update by Dipawali Bora (11.05.2022)

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop