🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Anthropology MCQs Answer Chapter 1 | আবয়বিক নৃতত্ব

১. ‘মাক চাই জী’ প্ৰবচন ফাঁকিৰ অৰ্থ কি ?

(ক) মাকৰ লগত জীয়েকৰ শৰীৰ বা মনৰ মিল থাকে

(খ) কথাৰ

(গ) মুখৰ

উত্তৰঃ (ক) মাকৰ লগত জীয়েকৰ শৰীৰ বা মনৰ মিল থাকে

২. কিমান চনৰ পৰা কিমান চনলৈ কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ বিজ্ঞানীজনে মানুহৰ প্ৰধান চাৰিটা তেজৰ সমষ্টি আৱিস্কাৰ কৰিছিল ?

(ক) ১৯০৭-১৯১২

(খ) ১৯০০-১৯০২

(গ) ১৮০৯-১৮১০

উত্তৰঃ (খ) ১৯০০-১৯০২

৩. আমাৰ তেজৰ প্ৰধান চাৰিটা সমষ্টি কি কি ?

(ক) এ, বি, চি, আৰু ও

(খ) ডি, ও, এ, আৰু বি

(গ) এ, বি, এ-বি, আৰু ও

উত্তৰঃ (গ) এ, বি, এ-বি, আৰু ও

৪. লোহিত ৰক্ত কণিকা কেই প্ৰকাৰৰ ?

(ক) তিনি

(খ) দুই

(গ) এক

উত্তৰঃ (খ) দুই

৫. ইংৰাজী এ (A) বি (B) আখৰেৰে কি দুটাৰ নামকৰণ কৰিছে ?

(ক) এন্টিজেন

(খ) এন্টিব’ডি

(গ) জনানুকূলক

উত্তৰঃ (ক) এন্টিজেন

৬. জিনক কিহৰ বাহক বুলি কোৱা হয় ?

(ক) গুণৰ

(খ) বংশগতিৰ

(গ) পদাৰ্থ

উত্তৰঃ (খ) বংশগতিৰ

৭. মেণ্ডেলাৰ আলোচনী খন কিমান চনত প্ৰকাশ পাইছিল ?

(ক) ১৯৯০

(খ) ১৮৬৬

(গ) ১৮৫৭

উত্তৰঃ (খ) ১৮৬৬

৮. কিমান চনত মেণ্ডেলাৰ মৃত্যু হয় ?

(ক) ১৮৮৫

(খ) ১৮৫৫

(গ) ১৮৪৫

উত্তৰঃ (ক) ১৮৮৫

৯. মেণ্ডেলাৰ পৰীক্ষাৰ বাবে কেইপ্ৰকাৰৰ মটৰ মাহৰ গছৰ প্ৰয়োজন হৈছিল ?

(ক) তিনি প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) সাত প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ

১০. ক্ৰ’ম’জোমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্ৰাতি ক্ষুদ্ৰ পদাৰ্থক কি বোলে ?  

(ক) জিন

(খ) বংশগতি

(গ) জনন কোষ

উত্তৰঃ (ক) জিন

১১. ছাকাই বা ছেনয় বাসস্থান ক’ত ?

(ক) অষ্ট্ৰেলীয়া

(খ) মালয় উপদ্বীপ

(গ) মালেছিয়া

উত্তৰঃ (খ) মালয় উপদ্বীপ

১২. অষ্ট্ৰেলীয়াৰ আদিবাসী সকলৰ বাসভূমি ক’ত ?

(ক) আফ্ৰিকাত

(খ) ইউৰোপ

(গ) অষ্ট্ৰেলীয়া

উত্তৰঃ (গ) অষ্ট্ৰেলীয়া

১৩. নিউগিনিত বাস কৰা নিগ্ৰ’ সকলক কি বোলে ?

(ক) মেলানেছীয়

(খ) পাপুৱান

(গ) পিগমি

উত্তৰঃ (খ) পাপুৱান

১৪. ছেমাং সকলৰ শাৰীৰিক গঢ় উচ্চতা কিমান ?

(ক) ১৫২ ছেঃমিঃ

(খ) ১৪৫ ছেঃমিঃ

(গ) ১২৩ ছেঃমিঃ

উত্তৰঃ ১৫২ ছেঃমিঃ

১৫. বুছমেন সকলক কি নামেৰে জনা যায় ?

(ক) খুৱাই বা ছান

(খ) ছেমাং

(গ) নেগ্ৰিট’

উত্তৰঃ (ক) খুৱাই বা ছান

১৬. আফ্ৰিকাৰ নিগ্ৰ’ক সকলৰ কেইটা মুখ্য ভাগ আছে ?

(ক) তিনিটা

(খ) পাঁচটা

(গ) এটা

উত্তৰঃ (খ) পাঁচটা

১৭. নিগ্ৰ’সকলৰ সাধাৰণতে কেইটা প্ৰধান ভাগ আছে ?

(ক) দুটা

(খ) নটা

(গ) এঘাৰতা

উত্তৰঃ (ক) দুটা

১৮. উত্তৰ মেৰুৰ মংগোলীয় সকলৰ নেত্ৰ ৰং কি ?

(ক) বগা

(খ) ক’লা

(গ) নীলা

উত্তৰঃ (খ) ক’লা

১৯. মংগোলীয় সকলৰ প্ৰধান কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক) তিনি

(খ) চাৰিটা

(গ) ছয়টা

উত্তৰঃ (খ) চাৰিটা

২০. আইনু কোন ঠাইৰ প্ৰাচীন প্ৰজাতি ?

(ক) জাপান

(খ) উৰিষ্যা

(গ) অষ্ট্ৰেলীয়া

উত্তৰঃ (ক) জাপান

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop