Class 12 Anthropology MCQs Answer Chapter 2 | প্ৰাগৈতিহাসিক নৃতত্ব

1. জীৱ-জগতৰ ভিতৰত মানুহেই হল শ্ৰেষ্ঠ জীৱ। সচাঁ নে মিচা?

(ক) সচাঁ

(খ) মিচা

উত্তৰঃ (ক) সচাঁ

2. লোৰ ব্যৱহাৰ আৰম্ভণি হোৱা যোগটোক কি বুলি জনা যায়-

(ক) তাম্ৰ যোগ

(খ) লৌহ যোগ

(গ) সিন্ধু সভ্যতা

উত্তৰঃ (খ) লৌহ যোগ

3. চেপেটা পশ্চাৎ মূৰটোৰ কাৰিকৰী পদ্ধতি আৰু আকৃতি অনুযায়ী কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা

4. অলভোৱান সংস্কৃতিৰ প্ৰধান সজুলিবিধ কি ?

(ক) শিলগুটি অস্ত্ৰ

(খ) জোঙাল অস্ত্ৰ

(গ) মিহি অস্ত্ৰ

উত্তৰঃ (ক) শিলগুটি অস্ত্ৰ

5. আগৰ মানুহে কিহেৰে হাতিয়াৰ তৈয়াৰ কৰিছিল ?

(ক) শিলেৰে

(খ) পাতেৰে

(গ) খৰিৰে

উত্তৰঃ (ক) শিলেৰে

6. লোৰ ব্যৱহাৰ মানৱ সমাজত কিমান বছৰৰ আগত হৈছিল?

(ক) ৫০০ বছৰৰ আগত

(খ) ১০০০ বছৰৰ আগত

(গ) ১০০ বছৰৰ আগত

উত্তৰঃ ১০০০ বছৰৰ আগত

7. কোনবিধ সঁজুলি দেখাত হাঁহ কণীৰ নিচিনা?

(ক) বাদাম আকৃতিৰ হস্তকুঠাৰ

(খ) জোঙাল অস্ত্ৰ

(গ) ডিম্বাকৃতিৰ হস্তকুঠাৰ

উত্তৰঃ (গ) ডিম্বাকৃতিৰ হস্তকুঠাৰ

8. এমুখীয়া ৰোকনীক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) ২টা

(খ) ৪টা

(গ) ৬টা

উত্তৰঃ (খ) ৪টা

9. মানৱে ব্যৱহাৰ কৰা প্ৰথম সঁজুলি কি ?

(ক) জোঙাল অস্ত্ৰ

(খ) শিলগুটিৰ অস্ত্ৰ

(গ) নাহীযুক্ত অস্ত্ৰ

উত্তৰঃ (খ) শিলগুটিৰ অস্ত্ৰ

10. প্ৰত্ন প্ৰস্তৰ যুগৰ প্ৰধান জীৱিকা কি?

(ক) খেতি

(খ) চিকাৰ

উত্তৰঃ (খ) চিকাৰ

11. ক্ষুদ্ৰানাস্ত্ৰসমূহ প্ৰধানত কি কামত ব্যৱহাৰ হৈছিল-

(ক) মাছ মাৰিবৰ কাৰণে

(খ) খেতি কৰিবৰ কাৰণে

(গ) চিকাৰ কৰিবৰ কাৰণে

উত্তৰঃ (ক) মাছ মাৰিবৰ কাৰণে

12. ৰুকনি এবিধ চলি সঁজুলি। শুদ্ধ নে অশুদ্ধ-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

13. মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতুটো কি ?

(ক) তাম

(খ) লো

(গ) সোণ

উত্তৰঃ (ক) তাম

14. হস্তকুঠাৰ চলি নে সথূল সঁজুলি-

(ক) চলি সঁজুলি

(খ) সথূল সঁজুলি

উত্তৰঃ (খ) সথূল সঁজুলি

15. EOS শব্দৰ অৰ্থ কি ?

(ক) পুৱা

(খ) সন্ধিয়া

(গ) দোক-মোকালি

উত্তৰঃ (গ) দোক-মোকালি

16. EOLITHIC শব্দটো কোন ভাষাৰ পৰা আহিছে ?

(ক) গ্ৰীক

(খ) ফৰাচী

(গ) লেটিন

উত্তৰঃ (ক) গ্ৰীক

17. ক্লিভাৰ কোন দেশৰ এচুলীয় সংস্কৃতিৰ বৈশিষ্ট?

(ক) ভাৰত

(খ) গ্ৰেট ব্ৰিটেইন

(গ) আমেৰিকা

উত্তৰঃ গ্ৰেট ব্ৰিটেইন

18. মানৱ জীৱনৰ প্ৰায় শতকৰা কিমান ভাগ সময় প্ৰত্ন প্ৰস্তৰ যুগত অতিবাহিত হৈছিল ?

(ক) ৯৬ ভাগ

(খ) ৯৯ ভাগ

(গ) ১০০ ভাগ

উত্তৰঃ (খ) ৯৯ ভাগ

19. ক্ষুদ্ৰাকৃত্ৰিৰ সঁজুলিসমূহ কোন যুগৰ সাংস্কৃতিক বৈশষ্ট ?

(ক) মধ্য প্ৰস্তৰ যুগৰ

(খ) প্ৰত্ন প্ৰস্তৰ যুগৰ

(গ) প্ৰস্ত যুগৰ

উত্তৰঃ (ক) মধ্য প্ৰস্তৰ যুগৰ

20. ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম সভ্যতা বুলিলে কোন সভ্যতাক বুজায় ?

(ক) সিন্ধু সভ্যতা

(খ) হৰপ্পা সভ্যতা

উত্তৰঃ (খ) হৰপ্পা সভ্যতা

0
    0
    Your Cart
    Your cart is emptyReturn to Shop