🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Anthropology MCQs Answer Chapter 3 | বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

১. অৰ্থনৈতিক নৃতত্ত্ব কোনটো নৃতত্ত্ব এটা শাখা ?

(ক) ৰাজনৈতিক

(খ) সামাজিক

(গ) সাংস্কৃতিক

উত্তৰঃ (গ) সাংস্কৃতিক

২. মানুহৰ সাংস্কৃতিক জীৱনৰ মূল উপাদানবোৰ প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?    

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা

৩. পৰিয়ালৰ বস্তি মাটিত কৰা খেতিক কি খেতি বোলে ?

(ক) উদ্যান খেতি

(খ) খাপ খেতি

(গ) ঝুম খেতি

উত্তৰঃ (ক) উদ্যান খেতি

৪. উদ্যান খেতি একপ্ৰকাৰৰ কি খেতি ?

(ক) অস্থায়ী

(খ) স্থায়ী

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (খ) স্থায়ী

৫. পাহাৰৰ হেলনীয়া অংশত কোৰেৰে খাপ কাটি খেতিপথাৰ উলিয়াই খেতি কৰা পদ্ধতিক কি খেতি বোলে ?

(ক) উদ্যান খেতি

(খ) ঠাই সলনি কৃষি

(গ) খাপ খেতি

উত্তৰঃ (গ) খাপ খেতি

৬. নাঙলবিহীন কৃষি পদ্ধতিক কেই ভাগত ভাগ কৰিব পাৰি ?

(ক) তিনি

(খ) চাৰি

(গ) পাঁচ

উত্তৰঃ (ক) তিনি

৭. ৪,০০০ ৰ পৰা ৫,০০০ বছৰৰ পুৰণি বহু মিছৰীয় চিত্ৰত কিহৰ খোদিত চিত্ৰ আছে ?

(ক) নাঙলৰ

(খ) হাটীৰ

(গ) কেঁকোৰা

উত্তৰঃ (ক) নাঙলৰ

৮. ছেমাংসকলৰ প্ৰিয় আৰু মুখ্য আহাৰ কি ?

(ক) ফল-মূল

(খ) গছৰ পাত

(গ) বনৰীয়া মানকচুৰ মূল

উত্তৰঃ (গ) বনৰীয়া মানকচুৰ মূল

৯. ছেমাংসকলৰ গৌণ জীৱিকা কি ?

(ক) চিকাৰ কৰা আৰু মাছ মৰা

(খ) কীট-পতঙ্গ

(গ) ফল-মূল

উত্তৰঃ (ক) চিকাৰ কৰা আৰু মাছ মৰা

১০. টিয়েৰা ডেল ফিউগ’বাসী ওনাসকলৰ মুখ্য আহাৰ কি ?

(ক) শামুক

(খ) ফল-মূল

(গ) গুৱানক

উত্তৰঃ (গ) গুৱানক

১১. এস্কিম’সকলে কিহৰ চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে

(ক) ছিল বা কেৰিবৌ

(খ) মাছমাৰি

(গ) কেঁকোৰা

উত্তৰঃ ছিল বা কেৰিবৌ

১২. খাদ্য হিচাপে মাছ কোনটো যুগৰ পৰা ব্যৱহৃত হোৱা বুলি অনুমান কৰা হৈছিল ?

(ক) উচ্চ প্ৰত্নপ্ৰস্তৰ যুগ

(খ) প্ৰত্নতান্ত্ৰিক যুগ

(গ) মেস্কিক’সকলৰ দিনত

উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগ

১৩. ধনু-কাঁড়েৰে কোনে মাছ ধৰিছিল ?

(ক) আহোমসকলে

(খ) চাওঁতাল আৰু ওৰাং সকলে

(গ) মেস্কিক’সকলে

উত্তৰঃ (খ) চাওঁতাল আৰু ওৰাং সকলে

১৪. যিবোৰ সঁজুলি পানীত পাতি থৈ আহিলে মাছ লাগে তেনেবোৰ সঁজুলিক কি সঁজুলি বোলি কোৱা হয় ?

(ক) স্বয়ংক্ৰিয় সঁঁজুলি

(খ) মাছধৰা সঁজুলি

(গ) খুচি মৰা

উত্তৰঃ (ক) স্বয়ংক্ৰিয় সঁঁজুলি

১৫. স্বয়ংক্ৰিয় সঁজুলি এবিধৰ নাম লিখা ?

(ক) চেপা

(খ) জাকৈ

(গ) পল’

উত্তৰঃ (ক)চেপা

১৬. ধাতুৰদ্বাৰা নিৰ্মিত এবিধ মাছধৰা সঁজুলি নাম কি ?

(ক) চেপা

(খ) বৰশী

(গ) জুলুকী

উত্তৰঃ বৰশী

১৭. অষ্ট্ৰেলীয়াৰ আদিবাসীসকলে কি জন্তুৰ চিকাৰ কৰে ?

(ক) ওপোছাম আৰু কেংগেৰু

(খ) হৰিণ

(গ) পহু

উত্তৰঃ (ক) ওপোছাম আৰু কেংগেৰু

১৮. এস্কিম’সকলে গ্ৰীষ্মকালত কিহৰ চিকাৰ কৰে ?

(ক) কেংগেৰু

(খ) ওপোছাম

(গ) কেৰিবৌ পহু

উত্তৰঃ (গ) কেৰিবৌ পহু

১৯. মেস্কিক’সকলৰ পশ্চিম উপকূলৰ মাটি কেনেকুৱা ?

(ক) অতিশয় খাৰুৱা

(খ) পলসুৱা

(গ) আলতীয়া

উত্তৰঃ (ক) অতিশয় খাৰুৱা

২০. ঋতু অনুসৰি পশুৰ পাল লৈ ঘূৰি ফুৰা প্ৰথাক কি বোলে ?

(ক) পাৰিপাৰ্শ্বিক

(খ) ট্ৰেঞ্চপিউমেনছ

(গ) ঠাই-সলনি

উত্তৰঃ (খ) ট্ৰেঞ্চপিউমেনছ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop