🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Assamese Book Chapter 9 Answer | Sankardev School Class 6 Assamese Book Chapter 9  বৰষুণ Question Answer |

 বৰষুণ

Chapter 9

অনুশীলনীঃ

খৰাং – শুকান, বৰষুণ নোহোৱা, নিৰখ 

খৰালি কাল – যি সময়ত বৰষুণ নহয়, চাৰিওফাল শুকান 

তৰাং – অগভীৰ, বাম 

আলেখ লেখ – ৰেহ-ৰূপ, গোপনে চল চোৱা, গতিগোত্ৰ 

আমনি – বেজাৰ, বিৰক্তি 

বিৰিখ – গছ-গছনি

উকলিল – অন্ত হ’ল, চলি থাকি শেষ হ’ল 

বিভোৰ – মুগ্ধ, মগ্ন, নিজক পাহৰা 

গোটা – সংগ্ৰহ কৰা 

ধুন – চখ, পিন্ধি উৰি বিভিন্ন ধৰণে নিজকে সজোৱাৰ ইচ্ছা 

আমনিকৰ – বিৰক্ত হোৱাৰ বেলিকা, ভাল নলগা হোৱা অৱস্থা 

পুনু – আকৌ, পুনৰ 

ৰঙ – আনন্দ, উল্লাস, উলাহ

২। তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়াঃ

(ক) খৰালি কালত বৰষুণ আঁতৰি গ’লে প্ৰকৃতিৰ অৱস্থা কেনে হয়?

উত্তৰঃ- খৰালি কালত বৰষুণ আঁতৰি গ’লে নৈ, বিল, পুখুৰীবোৰ তৰাং হৈ যোৱাৰ লগতে গছ-পাতবোৰৰ শোক লগা অৱস্থা হয়।

(খ) বৰষুণৰ আগমনে প্রকৃতিত কেনে পৰিৱৰ্তন আনে?

উত্তৰঃ- বৰষুণৰ অহাৰ লগে লগে গছ-লতা সজীৱ হৈ পৰে আৰু ৰঙতে ফুল ফুলি উঠে।

(গ) সেউজীয়া পথাৰে কৃষকক কেনেভাৱে প্ৰভাৱিত কৰে? ল’ৰাহঁতৰ কেনে লাগে? 

উত্তৰঃ- পানীৰে উপচি পৰা পথাৰে কৃষকৰ মনলৈ আনন্দ-উতসাহ আৰু সাহস আনি দিয়ে।

        ল’ৰাহঁতে সেউজীয়া পথাৰৰ ৰূপ চাই, তলসৰা বকুল ফুল বুটলি আনন্দত আত্মসাৰা হয়।

(ঘ) কবিয়ে বৰষুণৰ এই অহা-যােৱাক কি বুলি কৈছে?

উত্তৰঃ- কবিয়ে বৰষুণৰ এই অহা-যােৱাক ধুন বুলি কৈছে।

(ঙ) কবিয়ে বৰষুণক শেষত কি কৰিবলৈ কৈছে? তেওঁ কি আশা কৰিছে?

উত্তৰঃ- কবিয়ে বৰষুণক শেষত আকৌ আহি সকলোকে সজীৱ আৰু আনন্দমুখৰ কৰি তুলিব কৈছে। 

            তেওঁ আশা কৰে কৰে যে বৰষুণ আকৌ আহিব আৰু সকলোৰে মন অকৌ সজীৱ কৰি তুলিব।

(চ) কবিতাটো পঢ়ি তােমাৰ কেনে লাগিল? বৰষুণৰ শব্দই তােমাৰ মনলৈ কেনে ভাব আনি দিয়ে? 

উত্তৰঃ- কবিতাটো পঢ়ি মোৰ বহুত ভাল লাগিল। বৰষুণৰ শব্দই মোৰ মনলৈ বহুত ৰূমাঞ্চকৰ ভাব আনি দিয়ে।

৩। বিপৰীত শব্দ লিখি তাৰে বাক্য ৰচনা কৰাঃ

খৰালি – বাৰিষা।

তৰাং –  দ’।

দুখ – সুখ 

ৰঙ – বিৰং। 

আঁতৰ – কাষ

 ৪। তৃতীয় ফাঁকি কবিতা গদ্যত লিখি উলিওৱা।

উত্তৰঃ কবিয়ে কৈছে যে বৰষুণ নাইকিয়া হোৱাৰ বাবে ধূলিয়ে চৌদিশ আগুৰি ধৰিছে। বৰষুণ বিহিন নিলা আকাশখন কবিৰ চাই চাই আমনি লাগিল। সেউজীয়া গছ-গছনিয়ে ভৰি থকা চৌদিশ বৰষুণ অহা নাই বাবে কোন কাহানিবাই এই পৰিৱেশ আতঁৰিল।

Mampi Kakati

Post ID : DABP006016

*****

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop