Class 6 Niti Malika Book Chapter 11 Answer | Sankardev School Class 6 Niti Malika Book Chapter 11 আজ্ঞাকাৰী নচিকেতা Question Answer |

আজ্ঞাকাৰী নচিকেতা

Chapter 11

১। নচিকেতাৰ দেউতাকৰ নাম কি আছিল?

উত্তৰঃ নচিকেতাৰ দেউতাকৰ নাম প্ৰসিদ্ধ স্বামী বাজশ্ৰবা আছিল। 

২। নচিকেতা কি কাৰণে যমৰজাৰ ওচৰলৈ গৈছিল?

উত্তৰঃ দেউতাকৰ আজ্ঞা অনুসৰী যমৰজাৰ সেৱা লবলৈ আৰু যমৰজাৰ লগত থাকিবলৈ গৈছিল। 

৩। নচিকেতাৰ শেষ পৰিণাম কি হ’ল লিখা।

উত্তৰঃ নচিকেতাই যমৰজাৰ ওচৰত বৰ খুজিলে।

৪। যমৰজাৰ নচিকেতাক কেইটা বৰ দিছিল আৰু বৰকেইটা কি কি আছিল?

উত্তৰঃ যমৰজাৰ নচিকেতাক তিনিতা বৰ দিছিল আৰু বৰকেইটা হ’ল প্ৰথমটো বৰ হ’ল    -দেউতা মোৰ দ্বাৰা যাতে সন্তুষ্ট হয়।

দ্বিতীয়টো বৰ হ’ল    -স্বৰ্গলৈ কেনেকৈ যাব পাৰি সেই বিষয়ে জ্ঞান দিব দিছে।

তৃতীয়টো বৰ হ’ল    -মানুহৰ মৃত্য়ু কিয় হয় আৰু মৃত্য়ুৰ পিছত কি হয় কব দিছে। 

Author- Bikash Bora 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop