🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Assamese Chapter 2 কালিকা লগা পাট-কাপোৰ

১। চহকী মানুহজন কোন দেশৰ আছিল?

ক) চীন দেশৰ

খ) বাংলাদেশৰ

গ) আচিক দেশৰ

উত্তৰ-আচিক দেশৰ

২।  আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন হয়?

ক) নাতি

খ) লৰা

গ) ছোৱালী

উত্তৰ-ছোৱালী

৩। বনকৰা শব্দৰ অৰ্থ কি?

ক) কাম কৰা মানুহ

খ) বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা

৪। ছোৱালীজনীয়ে ওচৰৰ জান এটাত কি পাতি মাছ ধৰিবলৈ গৈছিল?

ক) চেপা(খোকা)

খ) জাল

গ) খালৈ

উত্তৰ- চেপা(খোকা)

৫। চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল?

ক) এজন দেখনিয়া ডেকাৰ লগত

খ) এজন বুঢ়াৰ লগত

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- এজন দেখনিয়া ডেকাৰ লগত

৬। চহকী মানুহজন  আৰু তেওঁৰ ঘৈণীয়েক ঢুকুৱাৰ পিছত ঘৰৰ গৰাকী কোন হ’ল?

ক) জীয়েক আৰু জোৱায়েক

খ) পুতেক

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- জীয়েক আৰু জোৱায়েক

৭। চহকী মানুহজনে জীয়েকক আন আন সম্পত্তিৰ লগতে আৰু কি দিছিল?

ক) এডাল সোণৰ চেইন

খ) এখন কালিকা লগা বনকৰা পাট-কাপোৰ

গ) এজনী গৰু

উত্তৰ-এখন কালিকা লগা বনকৰা পাট-কাপোৰ

উত্তৰ- এখন কালিকা লগা বনকৰা পাট-কাপোৰ

৮। এদিন ছোৱালীজনীয়ে মাছ ধৰিবলৈ যাওঁতে কি হ’ল?

ক)ধাৰাসাৰে বৰষুণ আহিল আৰু শিল বৰষুণ হ’ল

খ) ধাৰাসাৰে বৰষুণ আহিল আৰু শিল বৰষুণ হ’ল

গ) সিহঁতৰ গৰু জনী চোৰে নিলে

উত্তৰ- ধাৰাসাৰে বৰষুণ আহিল আৰু শিল বৰষুণ হ’ল

৯। ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

ক) ওচৰৰ মানুহ এঘৰলৈ গৈছিল

খ) মাছ ধৰিবলৈ গৈছিল

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- খ) মাছ ধৰিবলৈ গৈছিল

১০) মাছ ধৰিবলৈ গৈছিল

ক) চলি থকা

খ) চলি নথকা

গ) গৈ থকা

উত্তৰ-চলি থকা

১১। আচিক দেশৰ লোকসকল কি জাতিৰ আছিল?

ক) অসমীয়া

খ) মাতৃ প্ৰধান

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- মাতৃ প্ৰধান

১২। কালিকা লগা বনকৰা পাট-কাপোৰ খনৰ কি গুণ আছিল?

ক) এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে তেওঁ চৰাই হৈ পৰিব

খ) কাপোৰ খনত কোনোবাই হাত দিলে তেওঁ সোণৰ মানুহ হৈ পৰিব

গ) কাপোৰ খনত কোনোবাই হাত দিলে তেওঁ সোণৰ মানুহ হৈ পৰিব

উত্তৰ- এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে তেওঁ চৰাই হৈ পৰিব

১৩। কাপোৰ চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

ক) এজন সোণৰ মানুহলৈ

খ) নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ

গ) তেওঁ নাইকিয়া হৈ গ’ল

উত্তৰ-নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ

১৪। ম’ৰা চৰাই আমাৰ ভাৰতবৰ্ষৰ কি?

ক) ভাৰতীয় চৰাই

খ) ৰাষ্ট্ৰীয় চৰাই

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- ৰাষ্ট্ৰীয় চৰাই

১৫। আমাৰ অসমত মাছ মৰা  সঁজুলিবোৰ বেছিভাগ কিহেৰে নিৰ্মিত?

ক) বাঁহেৰে

খ) কাঠেৰে

গ) লোহাৰে

উত্তৰ- বাঁহেৰে

১৬। মাছ থ’বলৈ ব্যৱহৃত সঁজুলিবিধৰ নাম কি?

ক) পল

খ) খালৈ

গ) বৰশী

উত্তৰ- খালৈ

১৭। জাকৈৰে কি কৰা হয়?

ক) মাছ ধৰা হয়

খ) কাপোৰ বোৱা হয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- মাছ ধৰা হয়

১৮। দেখনিয়া শব্দৰ অৰ্থ কি?

ক) দেখা

খ) নেদেখা

গ) দেখিবলৈ ধুনীয়া

উত্তৰ-দেখিবলৈ ধুনীয়া

১৯। অসমাপিকা ক্ৰিয়া কাক বোলে?

ক) যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব নোৱাৰে

খ) যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব নোৱাৰে

২০। এবিধ মাছ মৰা সঁজুলিৰ নাম কি?

ক) যতঁৰ

খ) পলৌ

গ) ঢেঁকী

উত্তৰ- খ) পলৌ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop