🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 General Science Book Lesson 14

অনুশীলনী

১) বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰ চিহ্ন তোমাৰ টোকা-বহীত আঁকা। সংযোগী তাঁৰ বন্ধ অৱস্থাত থকা ছুইচ,বাল্ব, কোষ, দি থোৱা অৱস্থাত থকা ছুইছ আৰু বেটাৰী

উত্তৰ-

২) ১৪.২১ চিত্ৰত দেখুওৱা বৰ্তনীটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকা । 

৩) ১৪.২২ চিত্ৰত দেখুওৱা চাৰিটা কোষ এখন ব’ৰ্ডত আট খুৱাই লগোৱা হৈছে। চাৰিটা কোষৰ বেটাৰী এটা সাজিবলৈ সিহঁতৰ প্ৰান্তবোৰ তাঁৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা।

৪) ১৪.২৩ চিত্ৰত দেখুওৱা বৰ্তনীত বাল্ৱটো জ্বলা নাই। তুমি ইয়াৰ কাৰণ উলিওৱাব পাৰিবানে ? বাল্ৱটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল-সলনি ঘটোৱা। 

৫) বিদ্যুৎ প্ৰৱাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখাঁ। 

উত্তৰ-

৬) এডাল তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে তাঁৰডালৰ নিকটৱৰ্তী চুম্বক শলা এডাল উত্তৰ-দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়। ব্যাখ্যা কৰা । 

উত্তৰ-

৭) ১৪.২৪ চিত্ৰত দেখুওৱা বৰ্তনীৰ ছুইচটো জপালে চুম্বক শলাৰ বিক্ষেপণ ঘটিবনে ?

৮) খালী ঠাই পূৰ কৰাঃ 

ক) কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ________ প্ৰান্ত নিৰ্দেশ কৰে । 

উত্তৰ-

খ) দুটা বা তাতোধিক কোষৰ সংযোজনক________বোলে । 

উত্তৰ-

গ) কোঠালি উত্তাপকৰ মাজেৰে প্ৰৱাহ চালিত কৰিলে ই________হয়। 

উত্তৰ-

ঘ) বিদ্যুৎ প্ৰৱাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক________বোলে । 

উত্তৰ-

৯) তলৰ উক্তিবোৰ ভূল হ’লে ভূলত আৰু শুদ্ধ হ’লে শুদ্ধত চিন দিয়াঃ 

ক) দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে। (শুদ্ধ\ভূল)

উত্তৰ-

খ) ফিউজৰ মাজেৰে প্ৰৱাহিত বিদ্যুৎ,মাত্ৰাধিক হ’লে ফিউজ তাঁৰ গলি গৈ ছিগি যায়। (শুদ্ধ\ভূল) 

উত্তৰ-

গ) বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটাক আকৰ্ষণ নকৰে । (শুদ্ধ\ভূল) 

উত্তৰ-

ঘ) বৈদ্যুতিক ঘন্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। (ভূল\শুদ্ধ)

উত্তৰ-

১০) এটা আৱৰ্জনা স্তুপৰপৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকৰী হ’ব বুলি তুমি ভাবানে? ব্যাখ্যা কৰা। 

উত্তৰ-

১১) এজন বিজুলী মিস্ত্ৰীয়ে তোমালোকৰ ঘৰত কিবা মেৰামতি কাম কৰি আছে । এটুকুৰা তাঁৰেৰে তেওঁ ফিউজটো সলাব খুজিছে । তুমি সন্মত হ’বানে ? তোমাৰ প্ৰতিক্ৰিয়াৰ কাৰণ ব্যাখ্যা কৰা । 

উত্তৰ-

১২) ১৪.৪ চিত্ৰত দেখুৱাৰ দৰে এটা কোষ ৰেখা সঁজুলি,এটা ছুইচ আৰু এটা বাল্ব ব্যৱহাৰ কৰি জুবেদাই বৰ্তনী এটা সাজিলে। তাৰ পিছত তাই ছুইছ দিয়া সত্ত্বেও বাল্বটো নজ্বলিল । বৰ্তনীৰ সম্ভাৱ্য ভুলবোৰ নিৰ্ণয় কৰাত জুবেদাক সহায় কৰা । 

উত্তৰ-

১৩) ১৪.২৫ চিত্ৰত দেখুওৱা বৰ্তনীত 

ক) ছুইচটে অফ্ অৱস্থাত যিকোনো বাল্ব জ্বলি উঠিবনে ? 

উত্তৰ-

খ) ছুইচ অন্ কৰিলে কি ক্ৰমত A, B আৰু C  বাল্বকেইটা জ্বলিব ? 

উত্তৰ-

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop