Class 7 General Science Book Lesson 9

অনুশীলনী

প্ৰশ্ন  ১আৰু ২ৰ  অতি উপযোগী উত্তৰত চিন দিয়া 

১) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে

ক) বায়ু আৰু পানী

খ) পানী আৰু উদ্ভিদ

গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী

ঘ) পানী বায়ু  আৰু উদ্ভিদ

উত্তৰ-

২) পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল 

ক) বালিচহীয়া মাটিৰ

খ) আলতীয়া মাটিৰ

গ) দোমোজা মাটিৰ

ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ।

উত্তৰ-

৩) স্তৰ ১ ৰ লগত স্তৰ ২ মিলোৱা 

উত্তৰ-

৪) মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰি লিখা ? 

উত্তৰ-

৫) আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী ?

উত্তৰ-

৬) আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা। 

উত্তৰ-

৭) মাটিৰ পাৰ্শ্ব-চিত্ৰ আকাঁ আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা। 

উত্তৰ-

৮) ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল । তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০ মি.লি .পানী অন্তঃস্ৰৱণ হ’বলৈ ৪০ মিনিট সময় লাগিছিল । পানীৰ অন্তস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা ।.

উত্তৰ-

৯) মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা ।

উত্তৰ-

১০) তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা ?

উত্তৰ-

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping