🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 history AJB Chapter 11 অধ্য়ায় পুৰণি অসমৰ খেল-ধেমালি

১) কি কি জন্তুৰ যুজ হয়

  1. ঘোৰা, হাতী, মহ, গৰু
  2. মহ, গৰু, মেঠোন
  3. গাধ, কুকুৰ, মেকুৰি

উত্তৰঃ মহ, গৰু, মেঠোন

২) মহৰ যুজ বৰ্তমান সময়ত কোন ঠাইত প্ৰচলিত

  1. ন গাওঁ
  2. মৰিগাওঁ
  3. শিৱসাগৰ

উত্তৰঃ মৰিগাওঁ

৩) কি কি চৰাই যুজ হয় 

  1. কুকুৰা, মৰা, ভাটৌ,
  2. শালিকা, কুকুৰা, মৰা, ভাটৌ,
  3. শেন, ভাটৌ, কুকুৰা, বয়লা

উত্তৰঃ কুকুৰা, মৰা, ভাটৌ,

৪) কোন ৰজাৰ দিনত এই জন্তুৰ আৰু চৰাই যুজ বোৰে জনপ্ৰিয় লাভ কৰে  

  1. আহোম স্বৰ্গদেউ পতাপ সিংহৰ দিনত
  2. আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
  3. আহোম স্বৰ্গদেউ গৌৰিনাথ সিংহৰ দিনত

উত্তৰঃ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত

৫) ঘৰ বাহিৰৰত খেলা খেলক ইংৰাজীত কি বোলা হয়

  1. Out door Game
  2. In door Game
  3. Out side Game

উত্তৰঃ Out door Game

৬) Out door Game ৰ ভিতৰত কি খেল অন্য়তম

  1. ক্ৰিকেত
  2. ফুদবল
  3. নাও খেল

উত্তৰঃ নাও খেল

৭) কৃষ্ণ জন্ম উৎসৱত খেলা খেলটোৰ নাম কি

  1. বোকা খেল
  2. ফাকুৱা খেল
  3. ওপৰৰ দুয়োতা

উত্তৰঃ বোকা খেল

৮) ঘৰ ভিতৰত খেলা এবিধ খেলৰ  নাম লিখা                           

  1. হকি খেল
  2. ক্ৰিকেত খেল
  3. ক্ৰিকেত খেল

উত্তৰঃ পাশা খেল

৯) মহাভাৰতত কৌৰৱে কি খেলত জয় লাভ কৰিছিল

  1. হকি খেলত
  2. পাশা খেলত
  3. কেৰম খেল

উত্তৰঃ পাশা খেলত

১০) ঘৰ বাহিৰত খেলা এবিধ খেলৰ নাম  ?

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop