🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 History AJB Chapter 7 অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো

১) নগা আলি কৰ পৰা কৰলৈ যাব পৰি?

A. নামদাঙ শিলৰ সাঁকোৰ পৰা নগা পাহাৰলৈ

B.বৰঙাবাৰি পৰা মৰিগাওৰলৈ

C. নগা পাহাৰৰ পৰা দিশৌনদিলৈ

উত্তৰঃ A. নামদাঙ শিলৰ সাঁকোৰ পৰা নগা পাহাৰলৈ

২) শলগুৰি আলি কোনে নিৰ্মান কৰাইছিল?

A. ৰুদ্ৰ সিংহই

B. চুকাফাই

C. গৌৰিনাথ সিংহই

উত্তৰঃ B. চুকাফাই

৩) ধোদৰ আলি কোনে নিৰ্মাণ কৰাইছিল?

A. গদাধ সিংহই

B. ৰুদ্ৰ সিংহই

C. গৌৰিনাথ সিংহই

উত্তৰঃ A. গদাধ সিংহই

৪) ধোদৰ আলি নিৰ্মাণ কৰা কৰ্মচাৰি সকল কোন?

A.লাচিতৰ সৈন্য়

B. ৰাজ্য়ৰ ধোদসকল

C. ৰাজ্য়ৰ ধোদ মহিলাসকল

উত্তৰঃB. ৰাজ্য়ৰ ধোদসকল

৫) চেউনি আলি কৰ পৰা কলৈ আছে?

A. কমাৰগাঁওৰ পৰা চামগুৰিলৈ

B. জয় শাগৰ পুখপৰি পৰা জয় দৌলৰ লৈ

C. মৰিগাওৰ পৰা গুৱাহাটীলৈ

উত্তৰঃ A. কমাৰগাঁওৰ পৰা চামগুৰিলৈ

৬) অতিতৰ বৰবৰুৱা আলি বতমানৰ কি পথ নামেৰে জনা যায়?

A. বতমানৰ 37 ৰাষ্টিয় ঘাইপথ

B. বতমানৰ 38 ৰাষ্টিয় ঘাইপথ

C. বতমানৰ ১৫ ৰাষ্টিয় ঘাইপথ

উত্তৰঃ A. বতমানৰ 37 ৰাষ্টিয় ঘাইপথ

৭) মেটেকা আলি কৰ পৰা কলৈ আছে?

A. ৰংপুৰ পৰা গড়গাওলৈ

B. ৰংপুৰ পৰা মনখালৈ

C. শৰায়ঘাতৰ পৰা কোদাৰনাথৰলৈ

উত্তৰঃ A. ৰংপুৰ পৰা গড়গাওলৈ

৮) খৰিকটিয়া আলি কিয় নিৰ্মাণ কৰিছিল?

A. খৰি কাতিবলৈ

B. খৰি ৰক্ষাৰ বাবে

C. খৰি বিক্ৰি কৰিবলৈ

উত্তৰঃ A. খৰি কাতিবলৈ

৯) জয় সাগৰ পুখুৰি কাৰ স্মিটিত খান্দিছিল?

A. জয়মতিৰ স্মিতিত

B. জয়ৰামৰ স্মিতিত

C. ওপৰৰ দুয়োজনৰ স্মিতিত

উত্তৰঃ A. জয়মতিৰ স্মিতিত

১০) বিবুধি গড় কোনে সজাইছিল?

A. লাচিতে

B. মোগলে

C. আহোমে

উত্তৰঃ C. আহোমে

১১) নামদাঙৰ শিলৰ সাঁকো খন কোনটো ৰাষ্টিয় ঘায়পথত অন্তগত  হয়?

A. 37 পথত

B. 38 পথত

C. 39 পথত

উত্তৰঃ 37 পথত

১২ নামদাংৰ দৈঘ্য় কিমান?

A. 59 মিটাৰ

B. 60 মিটাৰ

C. ওপৰৰ এটাও নহয়

উত্তৰঃ B. 60 মিটাৰ

১৩ ৰহদৈ আলি কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল?

A. ৰহদৈ নামৰ এগৰাকি লিগিৰৰ স্মৃতিত

B. ৰহদৈ নামৰ এগৰাকী চাকৰৰ স্মৃতিত

C. এটাও নহয়

উত্তৰঃ ৰহদৈ নামৰ এগৰাকী লিগিৰীৰ স্মৃতিত

১৪. শিমলু গুড়ি ধোদৰ আলি পৰা নগা পাহাৰলৈ থকা আলিটোৰ নাম কি ?

A. ৰমলা আলি

B. ৰজডাৰ আলি

C. ৰমনী আলি

উত্তৰঃ ৰমনী আলি

১৫. ন আলি কৰ পৰা কলৈ বৰ্তমানে ব্য়ৱহৃত হয় আছে?

A. যোৰহাটৰপৰা গুৱাহাটিলৈ

B. যোৰহাটৰপৰা তিতাবৰলৈ

C. যোৰহাটৰপৰা নগাওঁ লৈ

উত্তৰঃ B. যোৰহাটৰপৰা তিতাবৰলৈ

১৬) কমাৰবন্ধা আলি কৰ পৰা কলৈ প্ৰসাৰিত?

A. যোৰহাতৰ পৰা কাছাৰী হাটলৈ

B. নগাওঁৰ পৰা শিৱসাগৰলৈ

C. ৰংপুৰ পৰা গড়গাওঁলৈ

উত্তৰঃ A. যোৰহাতৰ পৰা কাছাৰী হাটলৈ

১৭) শিৱসাগৰ নগৰৰপৰা কোৱৰপুৰলৈ থকা আলিটো নাম কি?

A. ধাই আলি

B. বৰফুকন আলি

C. নামতি আলি

উত্তৰঃ A. ধাই আলি

১৮) ৰজাক সুৰক্ষা দিবৰ বাবে সজা গড় বোৰ বৰ্তমান কি বিচাবে ব্য়ৱহৃত হৈছে?

A. মাঠাউৰি

B. আলি বাত

C.ৰাষ্টিয় উদ্য়ানৰ আলি

উত্তৰঃ B. আলি বাত

১৯) নামদাং শিলৰ সাকো কোন ৰজাৰ দিনত নিৰ্মাণ হৈছিল?

A. স্বৰ্গদেউ গৌৰিনাথ সিংহ.

B. স্বৰ্গদেউ চুক্লান্ফা

C. স্বৰ্গদেউ ৰুদ্ৰ সিংহ

উত্তৰঃ C. স্বৰ্গদেউ ৰুদ্ৰ সিংহ

২০) নামদাং শিলৰ সাকো কোন নদিৰ ওপৰৰত আছে?

A. ব্ৰহ্মপুত্ৰ নদি

B. বৰাক নদি

C. ওপৰৰ এটাও নহয়

উত্তৰঃ C. ওপৰৰ এটাও নহয়

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop