Class 7 Niti Malika Book Chapter 1 Answer | Sankardev School Class 7 Niti Malika Book Chapter 1 মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা Question Answer Answer |

মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা 

পাঠ-এক 

অলুশীলনী 

১। গান্ধীজীৱীৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ ঃ- ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ কাঠিয়াৱৰ জিলাৰ পোৰবন্দত মোহন দাস কৰমচাঁদ গান্ধীৰ জন্ম হয়।

২। গান্ধীজীৰ পিতৃ -মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- গান্ধীজীৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী  । আৰু মাতৃৰ নাম আছিল পুতলীবাই।

৩। গান্ধীজীৰ পিতৃ কৰ দেৱান আছিল ?

উত্তৰঃ- গান্ধীজীৰ পিতৃ পোৰবন্দৰ, ৰাজকোট আৰু বনকোন ৰাজ্য়ৰ দেৱান আছিল।

৪। তেওঁৰ প্ৰাথমিক শিক্ষা কত হৈছিল ?

উত্তৰঃ- তেওঁ প্ৰাৰ্থমিক শিক্ষা লব’লৈ ৰাজকোটলৈ গৈছিল।

৫) কি কাৰনে চিগাৰেট নাখাওঁ বুলি প্ৰতিঞ্জা কৰিছিল ?

উত্তৰঃ- সৰুতে বেয়া সঙ্গত পৰি মোহনে চিগাৰেট খাবলৈ ধৰে। দুদিনমানৰ পাছত সেইবাবে তেওঁৰ অনুতাপ হয় আৰু দোষ স্বীকাৰ কৰি দেউতাকলৈ চিঠি লিখি প্ৰতিজ্ঞা কৰিলে যে ভৱিষ্য়তে আৰু কেতিয়াও তেনে কাম নকৰে।

৬। মাতৃভাষাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা কেনেকুৱা আছিল ?

উত্তৰঃ- মাতৃভাষাৰ প্ৰতি তেওঁৰ অগাধ শ্ৰদ্ধা আছিল। 

Type Arup Koch  

Author By : Rajashree Bora

Post ID : DABP006385

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping