🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Malika Book Chapter 13 Answer | Sankardev School Class 7 Niti Malika Book Chapter 13  সিংহ আৰু উটৰ কথা Question Answer |

  সিংহ আৰু উটৰ কথা  

 পাঠ-তেৰ 

অনুশীলনী 

১) সদাগৰ জনৰ নাম কি আছিল ?

উত্তৰঃ-  সদাগৰ জনৰ নাম সাগৰদত্ত আছিল।

২) কিহৰ বাবে উটটো বাগৰি পৰিল ? 

উত্তৰঃ- এবাৰ বেপাৰৰ বাবে এশটা উটৰ পিঠিত বহুত বোজাই দি এখন অৰণ্য়ৰ মাজেৰে দূৰ দেশলৈ যাত্ৰা কৰিছিল।সেই অৰণ্য়ৰ মাজতে বিকট নামৰ উটটো কাপোৰৰ বোজাৰ হেঁচাত বাগৰি পৰিল।

৩) সিংহই খাদ্য সংগ্ৰহ বিষয়ত বাঘ,শিয়াল আৰু কাউৰীক কি বুলি কৈছিল ?

উত্তৰঃ সিংহই  খাদ্য় সংগ্ৰহ বিষয়ত বাঘ,শিয়াল আৰু কাউৰীক ক’লে- “হেৰা  মই গাৰ বিষয়ত একো জন্তু চিকাৰ কৰিব নোৱাৰা হ’লো বুলি কৈছিল।

৪) শিয়ালৰ কথা শুনি সিংহই কি কৈছিল?

উত্তৰঃ- শিয়ালৰ কথা শুনি সিংহই ক’লে – “যদি সি নিজকে দান কৰে তেনেহ’লে সেইটো পাপৰ কথা নহ’ব  বুলি কৈছিল।

৫) কাহিনীটো নিজৰ ভাষাত লিখা ।

উত্তৰঃ– এই প্ৰশ্ন উত্তৰটো নিজে কৰি ল’বা।

Type* Arup Koch 

Morigaon (Assam) 

Author By : Rajashree Bora

Post ID : DABP006434

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop