🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Malika Book Chapter 16 Answer Sankardev School Class 7 Niti Malika Book Chapter 16 মহান শিৱাজী Question Answer |

মহান শিৱাজী 

পাঠ-ষোল্ল 

অনুশীলনী 

১) শিৱাজীৰ কত আৰু কেতিয়া জন্ম হয় ?

উত্তৰঃ- শিৱাজীয়ে শিনেৰীত ১৬৩০ চনত জন্ম হয়।

২) শিৱাজীৰ লৰালিকালত মাকে তেঁওক কিহৰ কথা সাধাৰণতে কৈছিল ?

উত্তৰঃ- শিৱাজীৰ লৰালিকালত মাকে তেওঁক ৰামায়ণ , মহাভাৰত আৰু পুৰাণৰ সাধুবোৰৰ কথা সাধাৰণতে কৈছিল।

৩) শিৱাজীৰ  শিক্ষকৰ নাম কি আছিল ?

উত্তৰঃ- শিৱাজীৰ শিক্ষকৰ নাম দাদাজী কান্দোদেৱ আছিল।

৪) শিৱাজীয়ে কিয় বিজাপুৰৰ চুলতানক অভিবাদন জনাবলৈ অমান্তি হৈছিল ? 

উত্তৰঃ-  এইটো নিজে লিখি লবা।

৫) শিৱাজীয়ে প্ৰথম কোনটো দুৰ্গ দখল কৰিছিল  ?

উত্তৰঃ- শিৱাজীৰ প্ৰথম পুৰন্ধৰ দুৰ্গ দখল কৰিছিল।

৬) আফজলখানাক শিৱাজিয়ে কেনেকৈ হত্যা কৰিছিল  ?

উত্তৰঃ- বিজাপুৰৰ চুলতানে তেওঁৰ সেনাপতি  আফজলখানক এটা শক্তিশালী সৈন্য়বাহিনী হতুৱাই হত্য়া কৰিছিল। 

৭) দিল্লী কাৰগাৰৰ পৰা শিৱাজী আৰু তেওঁৰ পুতেক কেনেকৈ পলাই  গৈছিল ?

উত্তৰঃ- মোগল সম্ৰাটে ঔৰংজেৱে শিৱাজী আৰু তেওঁৰ পুতেকক বন্দী কৰি কাৰাগাৰত থ’লে। আৰু এদিন তেওঁ আৰু পুতেক দুয়ো অতি কৌশলেৰে মিঠাই বেচোতাৰ পাচিত লুকাই কাৰাগাৰৰ পৰা পলাল। কিছুদূৰ ছদ্মৱেশত খোজকাঢ়ি যোৱাৰ পাছত তেওঁলোকৰ কাৰণে ঠিক কৰি থোৱা দুটা ঘোঁৰাত বাপেক আৰু পুতেক উঠিল  আৰু হাবিৰ মাজে মাজে ঘোঁৰা চেকুৰাই পলাই গৈছিল।                 

৮) শিৱাজীক কেতিয়া ৰজা হিচাপে অভিষিক্ত কৰিছিল ?

উত্তৰঃ- শিৱাজীক ১৬৭৪ চনত ৰজা হিচাপে অভিষিক্ত কৰিছিল।

৯) ৰাজ অভিষেকৰ সময়ত শিৱাজিক কি উপাধি দিয়া হৈছিল ?

উত্তৰঃ- ৰাজ অভিষেকৰ সময়ত শিৱাজিক ছত্ৰপতি শিৱাজী উপাধি দিয়া হৈছিল।

১০) ভাৰতৰ বুৰঞ্জীত শিৱাজীৰ স্থান কি 

উত্তৰঃ- ভাৰতৰ বুৰঞ্জীত শিৱাজীৰ সোণালী অখৰেৰে জিলিকি আছে শিৱাজীৰ স্থান।

Type Arup Koch 

Morigaon (Assam) 

Author By : Rajashree Bora

Post ID :DABP006458

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop