Class 7 Niti Malika Book Chapter 8 Answer | Sankardev School Class 7 Niti Malika Book Chapter 8 পোহৰৰ উৎসৱ দিপাৱলী Question Answer |

পোহৰৰ উৎসৱ দিপাৱলী 

পাঠ-আঠ

অনুশীলনী 

১) দিপাৱলী কেতিয়া পালন কৰা হয় ?

উত্তৰঃ– দিপাৱলী আহিন মাহৰ কৃষ্ণপক্ষৰ অমাৱস্য়া তিথিত এই উৎসৱ পালন কৰা হয়।

২) পুৰণি  অসমৰ নাম কি আছিল ? 

উত্তৰঃ- পুৰণি আসমৰ নাম প্ৰাগজ্য়োতিষপুৰ আছিল।

৩) নৰকাসুৰ কাৰ সন্তান আছিল ?

উত্তৰঃ– নৰকাসুৰ বৰাহৰূপী বিষ্ণু আৰু বসুমতিৰ সন্তান আছিল।

৪) নৰকাসুৰ কিয় অত্যাচাৰী হৈ উঠিছিল ?

উত্তৰঃ– নৰকাসুৰে দেৱতাসকলক পৰাজিত কৰিবৰ বাবে সষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্য়া কৰিছিল। তপস্য়াত সন্তুষ্ট হৈ ব্ৰহ্মাই তেওঁক শক্তিবান আৰু দীৰ্ঘজীৱী হ’বলৈ আশীৰ্বাদ দিলে। বৰ প্ৰাপ্ত নৰকাসুৰ লাহে লাহে অত্য়াচাৰী হৈ উঠিছিল।

৫) নৰকাসুৰে কেনেকৈ মুক্তি লাভ কৰিলে চমুকৈ লিখা ?

উত্তৰঃ–   শ্ৰীকৃষ্ণৰ হাতত পৰাজিত হোৱা নৰকাসুৰে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমা আৰু গুণৰ কথা উপলব্ধি কৰিব পাৰি তেওঁ সকলো পাপৰ পৰা মুক্তি লাভ কৰিলে। 

Type Arup Koch 

Author By : Rajashree Bora

Post ID :DABP006408

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop