🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Malika Book Chapter 8 Answer | Sankardev School Class 7 Niti Malika Book Chapter 5 একাতাইহে সফলতা আনে Question Answer |

ৰজা ভোজ 

পাঠ-আঠ

১) ভোজে কোন দেশ ৰাজত্ব কৰিছিল ?

উত্তৰঃ- ভোজে মালৱা দেশ ৰাজত্ব কৰিছিল।

২) মুঞ্জেই কিয় ভোজেক মাৰিবলৈ ইচ্ছা কৰিছিল ?

উত্তৰঃ- মুঞ্জেই নিজে দেশৰ ৰজা হ’বলৈ হেঁপাহ কৰিছিল। সেইবাবে ভোজেক মাৰিবলৈ ইচ্ছা কৰিছিল।

৩) বৎসৰাজে ৰাজকোঁৱৰৰ জীৱন কেনেকৈ ৰক্ষা কৰিছিল ?

উত্তৰঃ- বৎসৰাজে ভোজক ৰাজপ্ৰসাদৰ পৰা নি তেওঁৰ ঙৰৰ পিচফালে লুকুৱাই ৰাখিলে। বৎসৰাজে ৰাজকোঁৱৰৰ জীৱন এনেদৰে ৰক্ষা কৰিছিল।

৪) ভোজক যে মাৰিলে , সেইটো কথাৰ প্ৰমাণৰ কাৰণে বৎসৰাজে  মুঞ্জক কি দিছিল ?

উত্তৰ- ভোজক যে মাৰিলে, সেইটো কথাৰ প্ৰমানৰ কাৰণে বৎসৰাজে মুঞ্জক এখন তালপাত দিছিল।

৫) ভোজৰ কবিতাটোৰ বিষয়বস্তু কি আছিল ? 

উত্তৰঃ– সেই কবিতা ফাঁকিয়ে (সংস্কৃতত লিখা) পাৰ্থিৱ জীৱন আৰু ধন ঐশ্বৰ্যৰ অনিত্য়তাৰ স্বৰূপ উদঙাই দিছিল। এই হৈছে ভোজৰ কবিতাটোৰ বিষয়বস্তু আছিল।

৬)  কবিতাটো পঢ়ি মুঞ্জেই কি কৰিলে ? 

উত্তৰঃ– কবিতাটো পঢ়ি মুঞ্জেই বিচলিত হৈছিল আৰু তেওঁৰ দুচকুৱেদি চকুপানী বৈ আহিছিল। যেতিয়া কোঁৱৰ ভোজৰ হত্য়া কৰা নাই বুলি গ’ম পাই অতি সন্তোষ পালে। তেতিয়া তেওঁ বৎসৰাজক তৎক্ষণাৎ ভোজক আনিবলৈ আদেশ কৰিলে।

৭) এই সাধুকথাটোৰ পৰা কি নীতি শিক্ষা পালা লিখা ?

উত্তৰঃ– এই সাধুকথাটোৰ পৰা এইয়ে নীতি শিক্ষা পালো যে- কেতিয়াও কাকো হিংসা আৰু বেয়া চকুৰে চাব নালাগে।

Type Arup Koch 

Author By : Rajashree Bora

Post ID :DABP006406

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop