Class 8 Assamese Book Chapter 10 | Class 8 Assamese Sankardev Chapter 10 জাতীয় গৌৰৱ Short Question Answer |

১। বুৰঞ্জী লিখক কিহৰ গৌৰৱ?

ক)দেশৰ

খ)জাতীয়

গ)গণৰ

উত্তৰঃখ)জাতীয়

২। যত কবিফুল ক’ত পদ্মফুল?

ক)জাতি

খ)হৃদয়

গ)দেশত

উত্তৰঃক)জাতি

৩। কমলাকান্ত ভট্টাচাৰ্যৰ ‘জাতীয় গৌৰৱ’ কবিতাটি এটি জাতীয় কি বোধক কবিতা?

ক)চেতনাবোধক

খ)ভৎৰ্সনা

গ)বাইৰণ

উত্তৰঃক)চেতনাবোধক

৪। কমলাকান্ত ভাট্টাচাৰ্যৰ জন্ম কেতিয়া হৈছিল?

ক)১৮৫৩

খ)১৮৬৭

গ)১৮৫৪

উত্তৰঃক)১৮৫৩

৫। কমলাকান্ত ভট্টাচাৰ্য কেইখন প্ৰৱন্ধ ৰচনা কৰিছে?

ক)২ খন

খ)৪খন

গ)৬খন

উত্তৰঃক)২ খন

৭। ৰোমান্টিক কবিৰ জন্ম কিমান চনত হ’য়?

ক)১৭৮৮

খ)১৮১৪

গ)১৬৭৪

উত্তৰঃক)১৭৮৮

৮। কমলাকান্ত ভট্টাচাৰ্য কোন চনত অসম সাহিত্য সভাৰ সভাপতি হ’য়?

ক)১৯৯২

খ)১৯২৯

গ)২৯৩৬

উত্তৰঃখ)১৯২৯

৯। মিল্টন কবিৰ জন্ম কিমান চনত হ’য়?

ক)১৬০৪

খ)১৬৭৪

গ)১৭৬৯

উত্তৰঃক)১৬০৪

১০। জন মিল্টন এজন বিখ্যাত কিহৰ কবি?

ক)অসমীয়া

খ)হিন্দী

গ)ইংৰাজী

উত্তৰঃগ)ইংৰাজী

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop