🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Book Chapter 7 | Class 8 Assamese Sankardev Chapter 7 Short Question Answer |জন-সাহিত্য Short Question Answer |

১। ড° প্ৰফুল্ল দত্ত গোস্বামী এজন কোন আছিল?

ক)লেখক

খ)গল্পলেখক

গ)অধ্যাপনা

উত্তৰঃখ)গল্পলেখক

২। পৰম্পৰাগত ৰচনাবিলাক কি?

ক)জন-সাহিত্য

খ)মালিতা

গ)জন

উত্তৰঃক)জন-সাহিত্য

৩। লয় কি?

ক)কবিতাৰ প্ৰধান লক্ষণ

খ)জনগাভৰুৰক গীত

গ)সাধাৰণ লোক

উত্তৰঃক)কবিতাৰ প্ৰধান লক্ষণ

৪। ড° প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

ক)১৯২১

খ)১৯৬৬

গ)১৯৮১

উত্তৰঃক)১৯২১

৫। ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে কিমান চনত বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে?

ক)১৯৮১

খ)১৯৬৬

গ)১৯০৯

উত্তৰঃখ)১৯৬৬

৬। পদ্মনাথ গোহাঁই বৰুৱাই লিখা টেটোন তামুলী নাটক খন কিমান চনত ৰচনা কৰিছিল?

ক)১৯০৯

খ)১৯৫৭

গ)১৯৮৩

উত্তৰঃক)১৯০৯

৭। অসমীয়া সমাজত কোনখন সাধুছবি অতি জনপ্ৰিয়?                                                                                                                   ক)সুন্দৰপুৰ

খ)শৰাইঘাটৰ যুদ্ধ

গ)টেটোন তামুলি

উত্তৰঃগ)টেটোন তামুলি

৮। তলৰ কোনটো গীত জনশ্ৰুতি মূলক?

ক)অমাতৰ মাত গীত

খ)ফুলকোঁৰৰ গীত

গ)পাটনাদ

উত্তৰঃখ)ফুলকোঁৰৰ গীত

৯। “যিবোৰ যোজনাৰ ভৰতীয়া অৰ্থ আচে তাক ফকৰা বোলে” এই কথাষাৰ কোনে কৈছিল?

ক)ড° প্ৰফুল্ল দত্ত গোস্বামী

খ)চাই চন্দধৰ বৰুৱা

গ)মিত্ৰদেৱ মহন্ত

উত্তৰঃখ)চাই চন্দধৰ বৰুৱা

১০। দেও-ভূত ৰ অসমীয়া অৰ্থ কি?

ক)পটন্তৰ

খ)কাজী

গ)অপায়-অমঙ্গত দেৱতা

উত্তৰঃগ)অপায়-অমঙ্গত দেৱতা

১১। ফুলকোঁৱৰৰ গীত অসমীয়াত কি বোলি কোৱা হ’য়?

ক)বেলাড

খ)সাতহাল

গ)ইজিপ্তত

উত্তৰঃক)বেলাড

১২।অসমীয়া সাহিত্যৰ বুৰঞ্জীত _______ৰ ভঁড়াল অতি চহকী?

ক)জন-সাহিত্য

খ)ফকৰা

গ)মালিতা

উত্তৰঃক)জন-সাহিত্য

১৩। জোনালীয়ে ______ৰ সাধু শুনিবলৈ বৰ ভয় খায়?

ক)যখিনী

খ)পিশাচ

গ)দেও-ভূত

উত্তৰঃগ)দেও-ভূত

১৪। দেও সমাৰ্থক শব্দ কি?

ক)ভূত

খ)দেৱতা

গ)ওপৰৰ এটাও নহয়।

উত্তৰঃক)ভূত

১৫। আখ্যান ৰ সমাৰ্থক শব্দ কি?

ক)কাহিনী

খ)কথাছবি

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)কাহিনী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop