🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 General Science Chapter 16 MCQs । পোহৰ ।

পোহৰ

Chapter 16

১. অতি প্ৰয়োজনীয় ইন্দ্ৰিয়বোৰৰ ভিতৰত কি ইন্দ্ৰিয় অন্য়তম ?

(ক) দৃষ্টি ইন্দ্ৰিয়

(খ) ৰশ্মি ইন্দ্ৰিয়

(গ) এটাও নহয়

উত্তৰঃ (ক) দৃষ্টি ইন্দ্ৰিয়

২. কোনো পৃষ্ঠত খুন্দা খোৱা ৰশ্মিক কি বুলি কোৱা হয় ?

(ক) প্ৰতিফলিত ৰশ্মি

(খ) আপতিত ৰশ্মি

(গ) এটাও নহয়

উত্তৰঃ (খ) আপতিত ৰশ্মি

৩. কোনো পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক কি বোলে ?

(ক) প্ৰতিফলিত ৰশ্মি

(খ) আপতিত ৰশ্মি

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰতিফলিত ৰশ্মি

৪. অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণক কি বোলে ?

(ক) আপতন কোণ

(খ) প্ৰতিফলন কোণ

(গ) এটাও নহয়

উত্তৰঃ (ক) আপতন কোণ

৫. অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটোক কি বোলে ?

(ক) আপতন কোণ

(খ) প্ৰতিফলন কোণ

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰতিফলন কোণ

৬. আপতন কোণ সদায় _______________ সমান নহয় ।

(ক) পোহৰ

(খ) ৰশ্মিৰ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৭. দাপোনৰ দৰে মসৃণ পৃষ্ঠত হোৱা প্ৰতিফলনক কি বোলে ?

(ক) নিয়মিক প্ৰতিফলন

(খ) বিক্ষিপ্ত প্ৰতিফলন

(গ) এটাও নহয়

উত্তৰঃ (ক) নিয়মিক প্ৰতিফলন

৮. আমাৰ এক গুৰুত্বপূৰ্ণ ইন্ধন কি ?

(ক) চকু

(খ) কাণ

(গ) এটাও নহয়

উত্তৰঃ (ক) চকু

৯. দৃষ্টিশক্তিৰ প্ৰতিবন্ধীসকলৰ বাবে অতি উপযোগী পদ্ধতিটো কি?

(ক) ব্ৰেইন্

(খ) ব্ৰেইল্

(গ) এটাও নহয়

উত্তৰঃ (খ) ব্ৰেইল্

১০. পোহৰক তাৰ ৰঙবোৰলৈ বিভাজিত কৰা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) ৰশ্মি

(খ) কেটেৰেক্ট

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১১. পৃথিৱীখন কিহৰ দ্বাৰা জানিব পাৰি ?

(ক) ইন্দ্ৰিয়ৰ দ্বাৰা

(খ) ৰশ্মিৰ দ্বাৰা

(গ) এটাও নহয়

উত্তৰঃ (ক) ইন্দ্ৰিয়ৰ দ্বাৰা

১২. আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয় । এইটোক কি সূত্ৰ বুলি কোৱা হয় ?

(ক) প্ৰতিফলনৰ সূত্ৰ

(খ) আপতনৰ সূত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰতিফলনৰ সূত্ৰ

১৩. যি লক্ষ্য়বস্তুৰ বাঁওফালটো সোঁফালে আৰু সোঁফালটো বাঁওফালে দেখি ইয়াক কি বোলে ?

(ক) বিক্ষিপ্ত প্ৰতিফলন

(খ) পাৰ্শ্বীয় প্ৰতিলোমন

(গ) এটাও নহয়

উত্তৰঃ (খ) পাৰ্শ্বীয় প্ৰতিলোমন

১৪. পোহৰ কেইটা ৰঙৰ সমষ্টি ?

(ক) সাতটা

(খ) ছয়টা

(গ) এটাও নহয়

উত্তৰঃ (ক) সাতটা

১৫. চকু মোটামুটিভাৱে কি আকৃতিৰ ?

(ক) আয়তাকৃতিৰ

(খ) গোলাকৃতিৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) গোলাকৃতিৰ

১৬. চকুৰ বাহিৰৰ আৱৰণটোৰ ৰং কি ?

(ক) ক’লা

(খ) বগা

(গ) এটাও নহয়

উত্তৰঃ (খ) বগা

১৭. চকুৰ সন্মুখৰ স্বচ্ছ অংশটোক কি বুলি কোৱা হয় ?

(ক) কৰ্ণিকা

(খ) আইৰিছ

(গ) চকুৰ মণি

উত্তৰঃ (ক) কৰ্ণিকা

১৮. চকুৰ লেন্সখনে পিছফালে থকা পৰ্দা এখনত পোহৰৰ ফকাছ পেলোৱা পৰ্দাখনৰ নাম কি ?

(ক) অন্ধবিন্দু

(খ) অক্ষিপট বা ৰেটিনা

(গ) এটাও নহয়

উত্তৰঃ (খ) অক্ষিপট বা ৰেটিনা

১৯. চকুৰ মণিৰ আকাৰ কোনে নিয়ন্ত্ৰণ কৰে ?

(ক) আইৰিছে

(খ) ৰেটিনাই

(গ) এটাও নহয়

উত্তৰঃ (ক) আইৰিছে

২০. অক্ষিপটত বহু সংখ্য়ক কি থাকে ?

(ক) স্নায়ুকোষ

(খ) অন্ধবিন্দু

(গ) এটাও নহয়

উত্তৰঃ (ক) স্নায়ুকোষ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop