🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 1 শিশুলীলা | Class 9 Assamese Chapter 1 MCQs Short Question Answer

Chapter 1

শিশুলীলা

চমু প্ৰশ্ন উত্তৰঃ

১। যশোদাই কাক বান্ধি থৈছিল ?

(ক) নিজৰ পুত্ৰক

(খ) গৰু পোৱালীকেইতাক

(গ) নন্দ ৰজাক

উত্তৰঃ (ক) নিজৰ পুত্ৰক

২। শিশুলীলা পাঠটিৰ লেখক কোন আছিল ?

(ক) শ্ৰী শ্ৰী মাধৱ দেৱ

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) এজনো নহয়

উত্তৰঃ (খ) শ্ৰী শ্ৰী শংকৰদেৱ

৩। অসমীয়া জাতিৰ সংগঠক কোন ?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) শ্ৰীমন্ত শংকৰদেৱ

(খ) শ্ৰী শ্ৰী মাধৱ দেৱ

উত্তৰঃ (খ) শ্ৰীমন্ত শংকৰদেৱ

৪। শ্ৰীমন্ত শংকৰদেৱৰ  কিমান চনত জন্ম হৈছিল ?

(ক)১৪৪৮

(খ) ১৪৪৯

(গ) ১৪৮৯

উত্তৰঃ (খ) ১৪৪৯

৫। নন্দ জায়া কোন ?

(ক) নন্দ ৰজাৰ পত্নী

(খ) নন্দ ৰজাৰ ভাগিনী

(গ) নন্দ ৰজাৰ মাহী

উত্তৰঃ (ক) নন্দ ৰজাৰ পত্নী

৬। কৃষ্ণ’ই ক’ত কিহত বহি মাখন খাই আছিল ?

(ক) গছৰ ওপৰত বহি

(খ) উড়লৰ ওপৰত বহি

(গ) চকীত বহি

উত্তৰঃ(খ) উড়লৰ ওপৰত বহি

৭। ক্ষৌম বস্ত্ৰ মানে কি ?

(ক) পাটৰ কাপোৰ

খ) কপাহী কাপোৰ

গ) পাতৰ কাপোৰ

উত্তৰঃ ক) পাটৰ কাপোৰ

৮। শংকৰ দেৱৰ শ্ৰেষ্ঠ মূলক গ্ৰন্থখনৰ নাম কি ? 

(ক) নামঘোষা

(খ) ৰামবিজয়

(গ) ভক্তি ৰত্নাকৰ

উত্তৰঃ গ) ভক্তি ৰত্নাকৰ

৯। শংকৰদেৱৰ সংলাপবিহীন নাটক খনৰ নাম ক ?

(ক) পাৰিজাত হৰণ

খ) ৰামবীজয়

(গ) চিহ্নযাত্ৰা

উত্তৰঃ গ) চিহ্নযাত্ৰা

১০। নন্দ ৰজাৰ পত্নীৰ নাম কি আছিল ?

(ক) যশোদা

(খ) মিনতী

(গ) দৌপদ্ৰী

উত্তৰঃ ক) যশোদা

১১। শংকৰ দেৱৰ কীৰ্তিস্তম্ভ কি ?

(ক) নাম-ঘোষা

(খ) সৰস্বতী

(গ) কীৰ্ত্তন ঘোষা

উত্তৰঃ গ) কীৰ্ত্তন ঘোষা

১২। শংকৰ দেৱৰ কোনখন নাটকে নাট্যবুৰঞ্জীৰ পাতনি মেলিছিল ?

(ক) চিহ্নযাত্ৰা

(খ) কেলিগোপাল

(গ) কলিদমন

উত্তৰঃ ক) চিহ্নযাত্ৰা

১৩। বদন মানে কি ?

(ক) দুখ

(খ) সুখ

(গ) মুখ

উত্তৰঃ গ) মুখ

১৪। শংকৰ দেৱৰ জন্ম হোৱা জিলা ঠাইখনৰ নাম ?

(ক) মৰিগাঁও

খ) তিনিচুকীয়া

গ) নগাওঁ

উত্তৰঃ গ) নগাওঁ

১৫। শিশুলীলা পাঠটিত কোনে মাখন চুৰি কৰি খাইছিল ?

(ক) ভগৱান শ্ৰী ৰামে

(খ) ভগৱান শিৱবাবাই

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ গ) এটাও শুদ্ধ নহয়।

১৬। আখি শব্দৰ অৰ্থ কি 

(ক) মনি

খ) চকু

গ) মুখ

উত্তৰঃ খ) চকু

১৭। যশোদা পুত্ৰ কোন আছিল ?

(ক) শ্ৰী কৃষ্ণ

(খ) শ্ৰী ৰাম

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ ক) শ্ৰী কৃষ্ণ

১৮। মেলান মানে কি ?

(ক) ভয় খোৱা

(খ) মুকলি হব খোজা

(গ) মুকলি হোৱা

উত্তৰঃ (খ) মুকলি হব খোজা

১৯। দশন মানে কি ?

(ক) দহ

(খ) দাঁত

গ) ঈশ্বৰ

উত্তৰঃ খ) দাঁত

২০। শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল?

ক) ১৪৪৯ চনত

(খ) ১৫৬৮ চনত

(গ) ৫৬৭৮ চনত

উত্তৰঃ খ) ১৫৬৮ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop