🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 14 Short Answer | SEBA Class 9 Assamese Book Chapter 14 সুখ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

সুখ

অধ্য়ায়-১৪

১) তেওঁক কিহৰ কাৰনে ভাঙনি কোঁৱৰ বুলি আখ্য়া দিয়া হৈছে?

উত্তৰঃ কাৰন তেওঁ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে । সোইকাৰনে তেওঁক ভাঙনি কোঁৱৰ বুলি আখ্য়া দিয়া হয়।

২) কোনবোৰ মানুহ সুখী হয়?

উত্তৰঃ নিস্বাৰ্থ মানুহবোৰ সুখি হয়।

৩) সুখ কবিতাটোৰ লেখক কোন?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালা।

৪) মানুহে সুখ পাবলৈ হলে কি কৰিব লাগিব?

উত্তৰঃ মানুহে সুখ পাবলৈ হলে স্বাৰ্থ ত্য়াগ কৰিব লাগিব। 

৫) তোখেতৰ জন্ম কেকিয়া  আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৭৪ চনত তেজপুৰত জন্ম হৈছিল।

৬) তেওঁক কি বুলি আখ্য়া দিয়া হৈছে?

উত্তৰঃ তেওঁক ভাঙনি কোঁৱৰ আখ্য়া দিয়া হৈছে।

৭) পৰম-পিতাৰ অৰ্থ কি?

উত্তৰঃ ভগৱান বা ঈশ্বৰ।

৮) তেওঁ ৰচিত পুঠি কেইখন?

উত্তৰঃ তিনিখন।

৯) দিনকণা মানে কি?

উত্তৰঃ   দিনতে নেদেখা লোক বা দেখিলেও মন নকৰা।

১০) তেওঁ কিহৰ বিষয়া আছিল?

উত্তৰঃ তেওঁ পুলিচ বিভাগৰ ডাঙৰ বিষয়া আছিল।

Type By – Mandira Saha

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop