🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 13 মোগল ৰাজত্বকালত ভাৰতবৰ্ষ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

অধ্যায় ১৩

১। কিমান চনত আকবৰ জন্ম হৈছিল?

উত্তৰঃ ১৪৮৩ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীত আকবৰ জন্ম হৈছিল।      

২। অগবৰে মোগল সিংহাসনত উঠাৰ সময়ত তেওঁৰ বয়স কিমান আছিল?

উত্তৰঃ ১৩ বছৰ।   

৩। ১৫২৫ চনত বাবৰে কি দখল কৰে?

উত্তৰঃ ১৫২৫ চনত বাবৰে পঞ্জাৱ দখল কৰে।   

৪। কিমান চনত আকবৰে মোগল সিংহাসনত উঠে?

উত্তৰঃ ১৫৫৬ খ্ৰীঃৰ ১৪ ফ্ৰেব্ৰুৱাৰীত আকবৰ মোগল সিংহাসনত উঠে।     

৫। কিমান চনত আকবৰে চিতোৰ দুৰ্গ আত্ৰুমন কৰে?

উত্তৰঃ ১৫৬৭ চনত আকবৰে চিতোৰ দুৰ্গ আত্ৰুমণ কৰে।

৬। ধৰ্মীয় নীতিৰ ক্ষেত্ৰত কাৰ উদাৰ আছে?

;উত্তৰঃ ধৰ্মীয় নীতিৰ ক্ষেত্ৰৰ আকবৰ উদাৰ আছে।

৭। মনচব শব্দৰ অৰ্থ কি?

উত্তৰঃ মনচব শব্দৰ অৰ্থ হ’ল পদমৰ্যাদা।

৮। বাবৰ কোন আছিল?

উত্তৰঃ বাবৰ আছিল ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।

৯। আকবৰে কি প্ৰচাৰ কৰিছিল?

উত্তৰঃ আকবৰে ধৰ্মমত প্ৰকাশ কৰিছিল।

১০। কাৰ ৰাজত্বকালৰ পাছত মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল?

উত্তৰঃ ঔৰংজেৱৰ ৰাজত্বকালৰ পাছত মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল।

১১। মোগল সম্ৰাটসকলৰ ভিতৰত কোন শ্ৰেষ্ঠ সম্ৰাট হিচাপে কাক জনা যায়?

উত্তৰঃ মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ শ্ৰেষ্ঠ সম্ৰাট হিচাপে জনা যায়।

১২। কিমান চনত বাবৰ মৃত্যু হ’ল?

উত্তৰঃ ১৫৩০ চনত ২৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।

১৩। কিমান চনত বাবৰে ঘগ্ৰা যুদ্ধত আফগানসকলৰ পৰাস্ত কৰে?

উত্তৰঃ ১৫২৯ চনত বাবৰে ঘগ্ৰা যুদ্ধত আফগানসকলৰ পৰাস্ত কৰে।

১৪। ১৫৫৬ চনত পানিপথৰ কিমান যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল।

১৫। আকবৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ আকবৰ পুত্ৰৰ নাম হ’ল জাহাংগীৰ।

১৬। ছাহজাহানৰ শেষ অৱস্থাটো কি লগা আছিল?

উত্তৰঃ দুখ লগা আছিল।

১৭। জাহাংগীৰৰ দিনত আহোম ৰজা কোন আছিল?

উত্তৰঃ প্ৰতাপ সিংহ আছিল।            

১৮। নূৰজাহান কেনেকুৱা নাৰী আছিল?

উত্তৰঃ সাহসী আৰু বুদ্ধিমতী নাৰী আছিল।

১৯।  ছাহজাহানৰ কেইজন পুত্ৰ আছিল?

উত্তৰঃ চাৰিজন পুত্ৰ আছিল।                                                                                                                                             

২০। জাহাংগীৰৰ কিমান চনত মৃত্যু হৈছিল?

উত্তৰঃ ১৬২৮ মৃত্যু হয়।

Type Susmita Kakati                                                                                                                  

Post ID: DABP005469

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop