Sankardev Class 7 Social Science Chapter 17 গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব

অধ্যায় ১৭

১। গণতন্ত্ৰৰ অৰ্থ কি?

উত্তৰঃ গণতন্ত্ৰ অৰ্থ হ’ল জনসাধাৰণ।

২। গণতন্ত্ৰ কেই প্ৰকাৰৰ?

উত্তৰঃ  দুই প্ৰকাৰৰ।

৩। বৰ্তমান বিশ্বৰ অধিকাশ ৰাষ্ট্ৰতে কি শাসন চলে?

উত্তৰঃ বৰ্তমান বিশ্বৰ অধিকাশ ৰাষ্ট্ৰতে গণতান্ত্ৰীক শাসন চলে।

৪। প্ৰাচীন কালত কিহক ধৰি কিছুমান সৰু সৰু নগৰ ৰাষ্ট্ৰ আছিল?

উত্তৰঃ প্ৰাচীন কালত গীচত এথেন্সকে ধৰি কিছুমান সৰু সৰু নগৰ ৰাষ্ট্ৰ আছিল।

৫। পৰোক্ষ গণতন্ত্ৰত প্ৰতিনিধিসকলক ভোটদাতাসকলে কেনেকৈ নিৰ্বাচন কৰে?

উত্তৰঃ পৰোক্ষ গণতন্ত্ৰত প্ৰতিনিধিসকলক ভোটদাতাসকলে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন কৰে।

৬। গণতন্ত্ৰৰ কিহৰ ভেটি ?

উত্তৰঃ গণতন্ত্ৰৰ সমতাৰ ভেটি।

৭। ম্যাদ কাক বোলে?

উত্তৰঃ এটা নিৰ্বাচনৰপৰা আনটো নিৰ্বাচনৰ মাজৰ কালছোৱাক নিৰ্বাচিত প্ৰতিনিধি গোটটোৰ ম্যাদ বোলা হয়।

৮। জনমত কি?

উত্তৰঃ জনমত হৈছে জনকল্যাণৰ হকে নাগৰিকৰ আস্থা সমূহীয়া মত।

৯। নাগৰিকসকলে কি উপভোগ কৰিবলৈ পায়?

উত্তৰঃ নাগৰিকসকলে কিছুমান অধিকাৰ উপভোগ কৰিবলৈ পায়।

Type Susmita Kakati

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop