🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য

অধ্যায় ২১

১। ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী কোন আছিল?

উত্তৰঃ ইন্দিৰা গান্ধী।

২। সুমিত্ৰাৰ পেহীয়েকৰ নাম কি?

উত্তৰঃ তেখেতৰ নাম আছিল পৱিত্ৰ ৰাভা।

৩। সুমিত্ৰাক স্কুললৈ অনা-নিয়া কোনে কৰে?

উত্তৰঃ দেউতাকে অনা-নিয়া কৰে।

৪। ডাঃ বৰদলৈ কোন হয়?

উত্তৰঃ ডাঃ বৰদলৈ এগৰাকী বিশিষ্ট শিশু চিকিৎসক।

৫। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল?

উত্তৰঃ কল্পনা চাওলা।

৬। সৰোজিনী নাইডু কোন আছিল?

উত্তৰঃ সৰোজিনী নাইডু ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল।

৭। শ্বানো দেৱী কোন আছিল?

উত্তৰঃ বিধান সভাৰ প্ৰথম মহিলা অধ্যক্ষ।

৮। সুমিত্ৰাৰ পেহায়েকে কি কাম কৰে?

উত্তৰঃ বিষয়াৰ কাৰ্যালয়ত কাম কৰে।

৯। ৰবীনে ক’ত পঢ়ে?

উত্তৰঃ ৰবীনে শংকৰদেৱ শিশু নিকেতনত সপ্তম মানত পঢ়ে।

১০। ৰবীনৰ বায়েক কেইজনী?

উত্তৰঃ ৰবীনৰ বায়েকচাৰিজনী।

Type Susmita Kakati                              

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop