🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 4 আমাৰ পৰিবেশ Short Question Answer | চমু প্ৰশ্ন উত্তৰ 

আমাৰ পৰিবেশ

Chapter 4

১। কিহে মানুহৰ জীৱন ধাৰণত বেয়া প্ৰভাব পেলায়।

উত্তৰঃ পদূষণে মানুহৰ জীৱন ধাৰণত বেয়া প্ৰভাব পেলায়।

২। জলবায়ু কেনেকুৱা হয়?

উত্তৰঃ গৰম আৰু শুকান।

৩। পৰিবেশৰ প্ৰতিটো কাৰক কাৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।

৪। প্ৰাকৃতিক পৰৱেশৰ উপাংশ কেনেকৈ গঠিত হৈছে?

উত্তৰঃ জৈৱিক আৰু অজৈৱিক এই দুই ভাগত প্ৰাকৃতিক উপাংশ গঠিত হৈছে।

৫। মানৱসৃষ্ট পৰিৱেশ বুলি কাক কোৱা হয়?

উত্তৰঃ মানুহে নিজৰ এক পৰিৱেশৰ ৰচনা কৰি লয় বাবে ইয়াক মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়।

৬। জৈৱিক উপাংশ কাক বোলে?

উত্তৰঃ পৰিৱেশত থকা সকলো প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া ইত্যাদিক জৈৱিক উপাংশ বোলা হয়।

৭। য়াক কি ভোজী?

উত্তৰঃ তৃণভূজি।

৮। সৌৰশক্তিয়ে কৰ পৰা তাপ পায়?

উত্তৰঃ সূৰ্যৰ পৰা তাপ পায়।

৯। প্ৰথম উপভোক্তা বুলিলে কোনবোৰৰ প্ৰাণীক বুজা?

উত্তৰঃ ফৰিং, হৰিণ, আদি তৃণভোজী প্ৰাণীবিলাকক প্ৰথম উপভোক্তা বুলি কোৱা হয়।

১০। বিয়োজন কাক বোলে?

উত্তৰঃ  উদ্ভিদ প্ৰাণীবোৰ মৰি-গেলি-পচি মাটিৰ লগত মিলি যায় তাকে বিয়োজন বুলি কোৱা হয়।

১১। পৃথিৱীখনক কেইটা পৰিৱেশত ভাগ কৰা হৈছে?

উত্তৰঃ ৫টা পৰিৱেশত ভাগ কৰা হৈছে।

১২। কোন অঞ্চলত সূৰ্যৰ উত্তাপ আৰু পোহৰ লম্বভাৱে পৰে?

উত্তৰঃ  নিৰক্ষীৰ অঞ্চলত সূৰ্যৰ উত্তাপ আৰু পোহৰ লম্বভাৱে পৰে।

১৩। মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ উৎস কি?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ উপাদান।

১৪। নীৰক্ষীৰ অঞ্চলত গোটেই বছৰে উত্তাপ কিমান?

উত্তৰঃ ২৬° – ২৭° চেলছিয়াছ।

১৫। ছেলভা নামে কাক জনা যায়?

উত্তৰঃ ৰবৰ,চন্দন, চেগুন আদিৰে ভৰা চিৰসেউজীয়া অৰণ্যবোৰক ছেলভা নামে জনা যায়।

১৬। মানুহৰ সৰ্বভোজী বুলি কিয় কোৱা হয়?

উত্তৰঃ  মানুহে উদ্ভিদ আৰু জীৱ দুয়োটাই বক্ষণ কৰে বাবে মানুহক সৰ্বভোজী বুলি কোৱা হয়।

১৭। নিৰক্ষীয় অঞ্চলৰ দুয়োকাষে কি অঞ্চল অৱস্থিত?

উত্তৰঃ ক্ৰান্তীয় তৃণভূজি অঞ্চলত অৱস্থিত।

১৮। এস্কিম সকলৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ চিকাৰ কৰা।

১৯। নিৰক্ষীয় অঞ্চলত কি কি প্ৰাণী পোৱা যায়?

উত্তৰঃ জলহস্তী,হাতী,বান্দৰৰ বিভিন্ন প্ৰজাতি, চিম্পাজী আদি প্ৰাণী পোৱা যায়।

২০। বাৰ্ষিক বৃষ্টিপাত কিমান ছেঃমিঃ তকৈ কম?

উত্তৰঃ ২৫° ছেঃমিঃ তকৈ কম।

Type Susmita Kakati

Post ID: DABP004349

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop