Sankardev Class 7 Social Science Chapter 8 ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

অধ্যা ৮

১। অসমৰ কি কি নৈয়ে মালভূমি পৃথক কৰিছে?

উত্তৰঃ অসমৰ ধনশিৰি আৰু কপিলী নৈয়ে এই মালভূমি পৃথক কৰিছে।

২। মেঘালয় এখন কি?

উত্তৰঃ মেঘালয় এখন মালভূমি।

৩। অসমৰ আশে – পাশে কি কি পাহাৰ আছে?

উত্তৰঃ উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ।

৪। অৰুণাচল প্ৰদেশৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ কংটো, কুলা, কাংজোৰী, ছমলাৰী।

৫। অসমৰ প্ৰধান নদ-নদী কেইখনৰ নাম লিখা?

উত্তৰঃ ব্ৰহ্মপুত্ৰ, সেৱণশিৰি, জীয়াভৰলী, মানাহ, বুঢ়ীদিহিং, ধনশিৰি, কপিলী, বৰাক আদি।

৬। নাগালেণ্ডৰ প্ৰধান পাহাৰ নাম লিখা?

উত্তৰঃ পাটকাই, নগা পাহাৰ, বৰাইল।

৭।অসমৰ প্ৰধান শৃংগ নাম লিখা?

উত্তৰঃ বৰাইল পৰ্বতত থকা লাইকাই থৈই, দিবং মহাদেয়, সিংহাসন।

৮। অৰুণাচল প্ৰদেশৰ নদ-নদীবোৰৰ নাম লিখা?

উত্তৰঃ ছিয়াং, লুইত, সোৱণশিৰি, জীয়াভৰলী।

৯। নগালেণ্ডৰ প্ৰধান নদী-উপনদীবোৰৰ নাম লিখা?

উত্তৰঃ ঝুম্কি, দয়াং, টিজু।

১০। নাগালেণ্ডৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ ছাৰমাটি, জাপক।

১১। মণিপুৰৰ প্ৰধান পাহাৰবোৰৰ নাম লিখা?

উত্তৰঃ পাটকাই, মনিপুৰ।

১২। মনিপুৰৰ প্ৰধান নদী-উপনদীবোৰৰ নাম লিখা?

উত্তৰঃ বৰাক, ইম্ফল, হৰিল।

১৩। মনিপুৰৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ মাউন্ট টেনিপচিৰাই, মায়েংবুং, লেইবাট।

১৪। মেঘালয়ৰ প্ৰধান পাহাৰকেইখনৰ নাম লিখা?

উত্তৰঃ গৰোপাহাৰ, খাচি পাহাপৰ, জয়ন্তীয়া পাহাৰ।

১৫। মিজোৰামৰ প্ৰধন শৃংগৰ নাম লিখা?

উত্তৰঃ ব্লু-মাউন্টটেন (ফাৱাপুই)।

১৬। মিজোৰামৰ প্ৰধান নদী-উপনদীবোৰ নাম লিখা?

উত্তৰঃ ডিগাৰু, কপিলী,বৰাপানী, উমিয়াম, সোমেশ্বৰী, দুধনৈ।

১৭। মেঘালয়ৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ শ্বিলং, নক্ৰেক।

১৮। মিজোৰামৰ প্ৰধান পাহাৰ নাম লিখা?

উত্তৰঃ মিজোপাহাৰ, আৰকান য়’মা পাহাৰ।

১৯। ছিকিমৰ প্ৰধান পাহাৰ নাম লিখা?

উত্তৰঃ ছিংগালিয়া, ডৱক্যাচলা।

২০। ত্ৰিপুৰা নদী-উপনদীবোৰৰ নাম লিখা?

উত্তৰঃ গোমতী, চলাই, মহুৰি, খেনি।

Type Susmita Kakati

Post ID : DABP005429

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop