🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SEBA Class 11 Geography Chapter 1 সুশিক্ষা প্ৰদানকাৰী বিষয়ে হিচাপে ভূগোল বিজ্ঞান Short Answer | চমু প্ৰশ্ন উত্তৰ |

 অধ্য়ায় – ১ 

সুশিক্ষা প্ৰদানকাৰী বিষয়ে হিচাপে ভূগোল বিজ্ঞান

৮) প্ৰাকৃতিক সম্পদ বোৰ লিখা । 

 উত্তৰঃ প্ৰাকৃতিক সম্পদ বোৰহল – 

মাটি , পানী , বায়ূ , গছ-গছনি আদি । 

১) ‘ভূগোল বিজ্ঞান কাক বোলে ?’

উত্তৰঃ ভূগোল বিজ্ঞান বুলিলে’ সাধাৰনতে Geography শব্দটো  পোনপ্ৰথমে ব্য়ৱহাৰ কৰিছিল গ্ৰীক দাৰ্শনিক ইৰাটোচথেনিচে ( Eratosthenese খৃঃ পূ ঃ ২৭৬ – ১৯৪ চনতে । এই গ্ৰীক শব্দটোৰ দুু়টা ভাগ। এটা হ”ল geo মানে পৃথিৱী আৰু আনটো graphos মানে হ’ল বিৱৰণ।

২) ভূগোল বিজ্ঞান অধ্য়য়ন কৰিবলৈ অনুসৰণ কৰা পথবোৰ কি কি ? 

উত্তৰঃ ভূগোল বিজ্ঞান অধ্য়য়ন কৰিবলৈ অনুসৰণ কৰা পথবোৰ হ’ল – 

(ক) ৰীতিমত বা শৃংখলাযুক্ত ।

(খ)  আঞ্চলিক । 

৩) ভূগোল বিজ্ঞানৰ বৈশিস্ট চমুকৈ লিখা । 

উত্তৰঃ  ভূগোল বিজ্ঞানৰ প্ৰধান বৈশিষ্ট্য হ’ল দ্বৈতবাদ (dualism)। যিটো আৰম্ভণিৰ পৰাই আছে। দ্বৈতবাদ আকৌ, নিৰ্ভৰশীল হৈ পৰে, কোনটো দিশত অধ্যয়নৰ গুৰুত্ব দিয়া হৈছে তাৰ ওপৰত। আৰম্ভণিৰ চিন্তাবিদসকলে গুৰুত্ব আৰোপ কৰিছিল প্রাকৃতিক ভূগোলৰ ওপৰত । কিন্তু মানুহবোৰ পৃথিৱীৰ উপৰিভাগৰ অবিচ্ছেদ্য অংশ। মানুহবোৰ প্রকৃতিৰে এটা এৰাব নোৱাৰা অংশ। মানুহে তেওঁলোকৰ সাংস্কৃতিক উন্নতিৰ মাধ্যমেৰে বহুতো অৰিহণা যোগায়। ইয়াৰ ফলতে সৃষ্টি হ’ল মানৱ ভূগোলৰ, যিটোৱে মানুহৰ কাম-কাজত অধিক গুৰুত্ব প্ৰদান কৰে ৷

৫) আধুনিক বৈজ্ঞানিক কৌশলবোৰ কি কি ?

উত্তৰঃ GIS আৰু কম্পিউটাৰ কাৰটোগ্ৰাফী (Computer Cartography) .

৬) প্ৰকৃতি বিজ্ঞানৰ বিষয় বোৰ কি কি ? 

উত্তৰঃ প্ৰকৃতি বিজ্ঞানৰ বিষয় বোৰ হল – ভূ তত্ত্ব, মাটি অধ্যয়ন (pedology), সাগৰীয় বিজ্ঞান (oceanography), উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান, বতৰ বিজ্ঞান আদি। 

৭) সমাজ বিজ্ঞানৰ বিষয় বোৰ কি কি ? 

 উত্তৰঃ অর্থনীতি, বুৰঞ্জী, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, নৃতত্ব বিজ্ঞান, (anthropol ogy) আদি যিবোৰে পৃথিৱীত থকা বিভিন্ন বস্তুৰ (as pects) বিষয়ে অধ্যয়ন কৰে।

৪) Geography শব্দটো পোনপ্ৰথমে কোনে ব্য়ৱহাৰ কৰিছিল ? 

উত্তৰঃ গ্ৰীক দাৰ্শনিক ইৰাটোচথেনিচে ( Eratosthenese খৃঃ পূ ঃ ২৭৬ – ১৯৪ চনতে । 

Post Id: DABP003410

prabal konwar

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop