🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ক্ৰীয়া কেন্দ্ৰঃ সাংগঠনিক সৱিশেষ | Chapter 28 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 28 All Solution.

পাঠ্য় নং ১৭৭

২৮.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 ১.এটা ক্ৰীড়া কেন্দ্ৰৰ খেলা ঠাই হব লাগে-

 (ক)আচ্ছাদিত                                          (খ)অনাচ্ছাদিত

 (গ)আচ্ছাদিত আৰু অনাচ্ছাদিত উভয়     (ঘ)বহিঃভাগতকৈ অধিক আন্তঃভাগৰ।

 ২.এটা ক্ৰীয়া কেন্দ্ৰত খেলাৰ তদাৰক কৰিব পাৰি (সম্ভৱ হয়)-

 (ক)আচ্ছাদিত                                          (খ)অনাচ্ছাদিত

 (গ)আচ্ছাদিত                                          (ঘ)অধিক আচ্ছাদিত আৰু কম অনাচ্ছাদিত।

 ৩.অনাচ্ছাদিত খেলৰ বাবে ঠাই হব লাগে অতি কমেও-

 (ক)১-২ বৰ্গমিটাৰ/শিশুটোৱে প্ৰতি            (খ)২ বৰ্গমিটাৰ/শিশুটোৱে প্ৰতি

 (গ)৩ বৰ্গমিটাৰ/শিশুটোৱে প্ৰতি               (ঘ)৩-৫ বৰ্গমিটাৰ/শিশুটোৱে প্ৰতি।

 ৪.শিশুটোৱে প্ৰতি আচ্ছাদিত খেলৰ ঠাই হব লাগে-

 (ক)১-২ বৰ্গমিটাৰ                                     (খ)২ বৰ্গমিটাৰ

 (গ)৩ বৰ্গমিটাৰ                                         (ঘ)৩-৫ বৰ্গমিটাৰ।

 ৫.যিকোনো ক্ৰীয়া কেন্দ্ৰতে তলৰ কোনটো বিশেষ প্ৰাধান্য় পোৱা উচিত-

 (ক)বৰ্হিবিভাগৰ খেলৰ বাবে ঠাই                (খ)খেলা সামগ্ৰী

 (গ)বিশুদ্ধ খোৱাপানী                                (ঘ)ৰান্ধনি ঘৰ।

 ৬.পৰিৱেশৰ লগত শিশুৰ সম্পৰ্ক স্থাপনৰ বাবে এটা ক্ৰীয়া কেন্দ্ৰত থাকিব লাগিব-

 (ক)বৰ্হিবিভাগৰ ঠাই                                 (খ)খেলা সামগ্ৰী

 (গ)বিশুদ্ধ খোৱাপানী                                (ঘ)ৰান্ধনি ঘৰ।

পাঠ্য় নং ১৮২

২৮.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

১. শুদ্ধ নে অশুদ্ধ কোৱাঃ

 (ক)ক্ৰীয়া কেন্দ্ৰসমূহে খেলৰ সামগ্ৰী নোহোৱাকৈ ভালদৰে কাৰ্য সম্পাদন কৰিব পাৰিব/নোৱাৰিব। শুদ্ধ/অশুদ্ধ।

 (খ)খেলৰ সামগ্ৰীসমূহ মাথো দোকানৰ পৰাহে কিনিব পাৰি। শুদ্ধ/অশুদ্ধ।

 (গ)খেলৰ সঁজুলিসমূহৰ উপযুক্ত ব্য়ৱহাৰৰ বাবে সেইবোৰক ভালদৰে সজাই থব লাগে। শুদ্ধ/অশুদ্ধ।

 (ঘ)সঁজুলিসমূহ এবাৰ কিনাৰ পিছত কেতিয়াও পুনৰ কিনিব নালাগে। শুদ্ধ/অশুদ্ধ।

 (ঙ)খেলৰ সামগ্ৰীসমূহ শিথিল বিধৰ হব নালাগে। শুদ্ধ/অশুদ্ধ।

পাঠ্য় নং ১৮৫

২৮.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 শুদ্ধ নে অশুদ্ধ কোৱা-

 ১.এটা ক্ৰীয়া কেন্দ্ৰত যিমানেই শিশু ভৰ্তি নহওক কিয় এজনেই মাএ শিক্ষকৰ প্ৰয়োজন হয়।

 ২.শিক্ষকগৰাকীৰ একমাএ কৰ্তব্য় হৈছে শিক্ষাদান।

 ৩.শিক্ষকগৰাকীয়ে গৃহ আৰু স্কুলৰ মাজত ব্য়ৱধান হ্ৰাস কৰিব লাগে।

 ৪.ক্ৰীয়া কেন্দ্ৰ এটা যিহেতু শিশুকেন্দ্ৰীক, সেয়েহে ইয়াৰ শিশুৰ শিক্ষণৰ ক্ষেএত শিক্ষকৰ কোনো ভূমিকা নাই।

 ৫.শিক্ষকগৰাকী প্ৰগতিশীল আৰু উৎসাহী হোৱা প্ৰয়াজন।

পাঠ্য় শেহান্ত প্ৰশ্নাৱলীঃ

 ১.ভাল সঁজুলিৰ প্ৰয়োজনীয় বৈশিষ্ট্য়সমূহ কি কি?

 ২.এটা ক্ৰীয়া কেন্দ্ৰৰ শিক্ষকগৰাকীৰ দায়িত্ব কি কি ?

 ৩.যিকোনো এটা ক্ৰীয়া কেন্দ্ৰ চাবলৈ যোৱা, তাৰ ঠাইবিলাক কিদৰে ব্য়ৱহাৰ কৰে নিৰীক্ষণ কৰা আৰু মূল্য়ায়ন কৰা।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop