দুগুটি আখৰে নাম জন্ম আকাশত,ডেৰকুৰি ৰূপ লওঁ প্ৰকৃতি বলত। আধাখিনি ৰূপ ভাল নাপায় কোনেও,চোৰে কিন্তু বোলে মোৰ ভাই হয় এওঁ। নাথাকো মূহুৰ্ত্ত মই একেটা নামেৰে,দেখা দিওঁ ভ্ৰমি ভ্ৰমি গৈ সকলোকে?

উত্তৰঃ চন্দ্ৰ

0
    0
    Your Cart
    Your cart is emptyReturn to Shop