পীযুষ হাজৰিকা

১) পীযুষ হাজৰিকা কোন ?

উত্তৰঃ পীযুষ হাজৰিকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ তথা ভাৰত চৰকাৰৰ মন্ত্ৰী।

২) পীযুষ হাজৰিকাৰ জন্ম কত হৈছিল ?

উত্তৰঃ পীযুষ হাজৰিকাৰ জন্ম নগাঁও জিলাৰ ৰহাত হৈছিল।

৩) পীযুষ হাজৰিকাৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ পীযুষ হাজৰিকাৰ জন্ম ১৯৭৭ চনৰ ১৭ জুন তাৰিখে হৈছিল।

৪) তেওঁৰ পত্নী কোন ?

উত্তৰঃ তেওঁৰ পত্নী হল অভিনেত্ৰী আইমী বৰুৱা।

৫) পীযুষ হাজৰিকাৰ পিতৃ-মাতৃ কোন?

উত্তৰঃ পীযুষ হাজৰিকাৰ পিতৃ-মাতৃ হল- স্বৰ্গীয় শিশুৰাম হাজৰিকা আৰু প্ৰমীলা হাজৰিকা।

৬) তেওঁৰ সন্তান কেইটা ?

উত্তৰঃ তেওঁৰ সন্তান ২টা।

৭) তেওঁ ১৯৯৭ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাত যোগদান কৰিছিল ?

উত্তৰঃ তেওঁ ১৯৯৭ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাত যোগদান কৰিছিল।

৮)  বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত তেওঁ কি কি দ্বায়িত্ব লাভ কৰিছিল।

উত্তৰঃ বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত তেওঁ জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক,সংসদীয় পৰিক্ৰমা দপ্তৰৰ দ্বায়িত্ব লাভ কৰিছিল।

৯) পীযুষ হাজৰিকাই কিমান চনত আনুষ্ঠানিকভাৱে ভাৰতীয় ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল ?

উত্তৰঃ পীযুষ হাজৰিকাই ২০১৫ চনত আনুষ্ঠানিকভাৱে ভাৰতীয় ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল।

১০) কিমান চনত তেখেতে আইমী বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ?

উত্তৰঃ ২০১১ চনত তেখেতে আইমী বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

১১) পীযুষ হাজৰিকাৰ বয়স কিমান?

উত্তৰঃ পীযুষ হাজৰিকাৰ বয়স হল ৪৬ বছৰ।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop